28/04/2026
নহটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি পুনৰ ১০০% উত্তীৰ্ণৰে সাফল্য অৰ্জন🤗🙏
Result
H.S Examination. 2026
First div: 05
Second div: 29
Third div: 09
Total appeared : 43
Total pass : 43
Pass percentage: 100%