উদ্ভিদ ৰোগ বিদ্যা _ মনোজ গগৈ

  • Home
  • India
  • Jorhat
  • উদ্ভিদ ৰোগ বিদ্যা _ মনোজ গগৈ

উদ্ভিদ ৰোগ বিদ্যা _ মনোজ গগৈ Management of Plant Diseases in Assam.
উদ্ভিদৰ ৰোগৰ ওপৰত সমিধ

বাৰিষা অহাৰ লগে লগে মানিমুনিত পাত জ্বলা ৰোগে দেখা দিয়ে বাবে খোৱাৰ উপযোগী হৈ নপৰে। কিন্তু ৰাসায়নিক ঔষধো প্ৰয়োগ কৰিব নোৱাৰ...
10/05/2020

বাৰিষা অহাৰ লগে লগে মানিমুনিত পাত জ্বলা ৰোগে দেখা দিয়ে বাবে খোৱাৰ উপযোগী হৈ নপৰে। কিন্তু ৰাসায়নিক ঔষধো প্ৰয়োগ কৰিব নোৱাৰি যিহেতুকে এই উদ্ভিদ জোপাক কেচাকৈ খোৱা যায়।

অসমৰ পৰিৱেশত মানি মুনিৰ বহুতো ঔষধি গুণ আছে। ইয়াক অতি সহজতে খেতি কৰিব পৰা যায়। কিন্তু আমি আজিলৈকে কৰিব পৰা নাই বা ইচ্ছা প্ৰকাশ কৰা নাই।

ইচ্ছুক খেতিয়কে মোৰ সৈতে যোগাযোগ কৰিব পাৰে এই খেতি কিদৰে কৰিব পাৰি

Address

Monuj Gogoi, PhD Scholar, Department Of Plant Pathology, AAU
Jorhat
785013

Telephone

+919678088950

Website

Alerts

Be the first to know and let us send you an email when উদ্ভিদ ৰোগ বিদ্যা _ মনোজ গগৈ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to উদ্ভিদ ৰোগ বিদ্যা _ মনোজ গগৈ:

Shortcuts

Share

Category