চেনিজান উচ্চ মাধ্যমিক বিদ্যালয়,যোৰহাট

  • Home
  • India
  • Jorhat
  • চেনিজান উচ্চ মাধ্যমিক বিদ্যালয়,যোৰহাট

চেনিজান উচ্চ মাধ্যমিক বিদ্যালয়,যোৰহাট Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from চেনিজান উচ্চ মাধ্যমিক বিদ্যালয়,যোৰহাট, School, চেনিজান , যোৰহাট, Jorhat.

৩০/০৪/২০২৬ তাৰিখে অনুষ্ঠিত দিনজোৰা কাৰ্যসূচীৰ কিছু ক্ষণ🪔💐🏆🙏
02/05/2026

৩০/০৪/২০২৬ তাৰিখে অনুষ্ঠিত দিনজোৰা কাৰ্যসূচীৰ কিছু ক্ষণ🪔💐🏆🙏

28/04/2026
বিহু আদৰণি
13/04/2026

বিহু আদৰণি

উৎসৱ বিদ্যাৰম্ভ, # #২০২৬-২৭
02/04/2026

উৎসৱ বিদ্যাৰম্ভ, # #২০২৬-২৭

নামভৰ্তি চলি আছে
27/03/2026

নামভৰ্তি চলি আছে

সকলোকে নিমন্ত্ৰণ জনালো🙏
22/03/2026

সকলোকে নিমন্ত্ৰণ জনালো🙏

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক বন্দনাৰে মুখৰিত আজি আমাৰ বিদ্যালয়ৰ পৰিৱেশ
23/01/2026

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক বন্দনাৰে মুখৰিত আজি আমাৰ বিদ্যালয়ৰ পৰিৱেশ

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত আমাৰ বিদ্যালয়ত উপস্থিত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী মিলি আগন্তুক নতুন বছৰত বিদ্যালয়ৰ উ...
01/01/2026

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত আমাৰ বিদ্যালয়ত উপস্থিত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী মিলি আগন্তুক নতুন বছৰত বিদ্যালয়ৰ উত্তৰোত্তৰ উন্নয়নৰ বাবে এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰাৰ লগতে বিভিন্ন দিশত আলোচনা কৰা হয়।

২০২৫ বৰ্ষটো আমাৰ বিদ্যালয়ৰ বাবে এটা সফলতাৰ বৰ্ষ। বিশেষকৈ ক্ৰীড়া আৰু সাংস্কৃতিক দিশৰ পৰা।  (শিক্ষাবৰ্ষটোৰ সামৰণি যিহেতু...
31/12/2025

২০২৫ বৰ্ষটো আমাৰ বিদ্যালয়ৰ বাবে এটা সফলতাৰ বৰ্ষ। বিশেষকৈ ক্ৰীড়া আৰু সাংস্কৃতিক দিশৰ পৰা। (শিক্ষাবৰ্ষটোৰ সামৰণি যিহেতু হোৱা নাই সেয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ দিশতো পিছলৈ থোৱা হ'ল)
যোৱা ৩০ ডিচেম্বৰত কাকজান খেল পথাৰত অনুষ্ঠিত হোৱা ভাৰতী এয়াৰটেল ফাউণ্ডেশ্যনৰ অন্তৰ্গত মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ ১৩খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা "Inter School Sports Spark among QSP schools " ত বিভিন্ন ক্ৰীড়া শিতানত বহু কেইটা পুৰস্কাৰ আমাৰ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰা ২০জন ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰাই লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক আৰু গুণগত উত্তৰণৰ বাবে নিষ্ঠাৰে জড়িত হোৱা প্ৰতিজন শিক্ষক,প্ৰশিক্ষক তথা সচেতন অভিভাৱক ধন্যবাদৰ পাত্ৰ।
জয়তু চেনিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়

বিদ্যালয়ত সৰস্বতী পূজা ৩/২/২০২৫
04/02/2025

বিদ্যালয়ত সৰস্বতী পূজা ৩/২/২০২৫

Address

চেনিজান , যোৰহাট
Jorhat
785010

Website

Alerts

Be the first to know and let us send you an email when চেনিজান উচ্চ মাধ্যমিক বিদ্যালয়,যোৰহাট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category