Bhurakola LP School

Bhurakola LP School All information's beings to Public

প্ৰাণৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি ।
20/09/2025

প্ৰাণৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি ।

সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি ।
08/09/2025

সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি ।

আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা শিক্ষক দিৱসৰ কিছু দৃশ্য । আজিৰ দিনটোত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শ্ৰদ্ধাৰ দীন' ছা...
05/09/2025

আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা শিক্ষক দিৱসৰ কিছু দৃশ্য । আজিৰ দিনটোত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শ্ৰদ্ধাৰ দীন' ছাৰ ,প্ৰয়াত প্ৰধান শিক্ষক কমল ছাৰৰ সহধৰ্মিনী ক বিদ্যালয়ৰ তৰফৰ পৰা শ্ৰদ্ধা জনাই আৰ্শীবাদ লোৱা হয়।

আজি বিদ্যালয়ত 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন
15/08/2025

আজি বিদ্যালয়ত 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন

নৱ সম্প্ৰীতি ফাউণ্ডেশ্যনৰ যোৱা ৫ জুন বিশ্ব পৰিবেশ দিৱসৰ লগত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ পঞ্চম শ্ৰে...
23/06/2025

নৱ সম্প্ৰীতি ফাউণ্ডেশ্যনৰ যোৱা ৫ জুন বিশ্ব পৰিবেশ দিৱসৰ লগত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ চপন দাসে প্ৰথম স্থান আৰু তৃষ্ণা হাজৰিকাই দ্বিতীয় স্থান লাভ কৰাত আমি গৌৰৱ অনুভৱ কৰিছো ।

ধাৰাবাহিকতা ৰক্ষা কৰি চতুৰ্থ বাৰৰ বাবে বিদ্যালয়ে গুনুৎসৱত A+ পাবলৈ সক্ষম হৈছো । এইয়া বিদ্যালয়ৰ প্ৰতি গৰাকী ছাত্ৰ ছাত্...
27/03/2025

ধাৰাবাহিকতা ৰক্ষা কৰি চতুৰ্থ বাৰৰ বাবে বিদ্যালয়ে গুনুৎসৱত A+ পাবলৈ সক্ষম হৈছো । এইয়া বিদ্যালয়ৰ প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰী ,অভিভাৱক অভিভাবিকা,গাঁৱৰ ৰাইজ, বিদ্যালয় পৰিচালনা সমিতি,মাতৃগোট ,বিদ্যালয়ৰ শিক্ষক বৃন্দ, CRCC ৰুবুল দাস দেৱ, সংলিষ্ট বিভাগৰ বিভাগীয় সহযোগিতাৰ ফল ।

25/02/2025

শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে শিক্ষক আৰু অভিভাৱক সকলে ল`ব লগা পদক্ষেপ সম্পৰ্কত আজি বিদ্যালয়ত আয়োজন কৰা মেলাৰ কিছু অংশ ।

আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা গুনোৎসৱত
21/01/2025

আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা গুনোৎসৱত

বিদ্যালয়ত কৰা কামবোৰে স্বীকৃতি পালে ভাল লাগে ।  বিদ্যালয় শিক্ষক গোটক ধন্যবাদ ।।
11/12/2024

বিদ্যালয়ত কৰা কামবোৰে স্বীকৃতি পালে ভাল লাগে । বিদ্যালয় শিক্ষক গোটক ধন্যবাদ ।।

পোহৰৰ উৎসৱ দেৱালী উপলক্ষে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীযে প্ৰস্তুত কৰা ......দেৱালীৰ শুভেচ্ছাৰে
30/10/2024

পোহৰৰ উৎসৱ দেৱালী উপলক্ষে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীযে প্ৰস্তুত কৰা ......
দেৱালীৰ শুভেচ্ছাৰে

07/08/2024

শিক্ষা সপ্তাহৰ তৃতীয় দিন

Address

Jorhat

Telephone

+917002365430

Website

Alerts

Be the first to know and let us send you an email when Bhurakola LP School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Bhurakola LP School:

Shortcuts

Share

Category