Jorhat Polytechnic High School Alumni Association 2023

Jorhat Polytechnic High School Alumni Association 2023 It's a alumni association.Our prime moto connecting ex-student to do something for our school.

23/06/2023

পলিটেকনিক হাই স্কুলৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক জনাওঁ যে। আমাৰ বিদ্যালয় খনে সগৌৰবে ৯০ তা বছৰ অতিক্ৰম কৰিছে। এই শুভ ক্ষণত অহা ইং ২৩আৰু২৪ ডিচেম্বৰ ২০২৩ তাৰিখে দুদিনিয়া কাৰ্যসূচী ৰে৯০ বছৰীয়া জয়ন্তী পাতিবলৈ আগবাঢ়িছে। ৯০ বছৰীয়া জয়ন্তী উপলক্ষ্যে বিভিন্ন কাৰ্যসূচী হাতত লৈ অহা হৈছে আৰু তাৰে অন্যতম এটা কাৰ্যসূচী হৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ নাম পঞ্জীয়ন কৰা। ইতিমধ্যে আমাৰ ২০০ জনৰ নাম পঞ্জীয়ন হৈছে। যি সকলৰ নাম পঞ্জীয়ন ইতিমধ্যে হোৱা নাই তেখেত সকলক সোনকালে তেখেত সকলৰ নাম পঞ্জীয়ন কৰিবৰ কাৰণে অনুৰোধ জনোৱা হয়।
নাম পঞ্জীয়ন কৰাৰ কাৰণে শ্ৰী অপূৰ্ব অধ্যাপক দাঙৰিয়াক এই +918136046024 নম্বৰত যোগাযোগ কৰক।

ধন্যবাদ

বিশ্ব যোগ দিৱসৰ লগত সংগতি ৰাখি আজি ২১ জুন তাৰিখে প্ৰাক্তন ছাত্ৰ পলাশ জ্যোতি দত্ত আৰু অপূৰ্ব অধ্যাপক দাঙৰিয়াই স্কুলৰ ছাত্...
21/06/2023

বিশ্ব যোগ দিৱসৰ লগত সংগতি ৰাখি আজি ২১ জুন তাৰিখে প্ৰাক্তন ছাত্ৰ পলাশ জ্যোতি দত্ত আৰু অপূৰ্ব অধ্যাপক দাঙৰিয়াই স্কুলৰ ছাত্ৰ ছাত্ৰী সকলক যোগ অভ্যাস কৰোৱাৰ কিছু স্থিৰ চিত্ৰ।

২০ জুন তাৰিখে স্কুলত উৎযাপন কৰা ৰাভা দিৱসৰ কিছু স্থিৰ চিত্ৰ।
21/06/2023

২০ জুন তাৰিখে স্কুলত উৎযাপন কৰা ৰাভা দিৱসৰ কিছু স্থিৰ চিত্ৰ।

১৯ জুন ২০২৩ তাৰিখৰ পৰা  NIELIT JORHAT EC, MEITY, GOVT. OF INDIA দ্বাৰা আৰম্ভ কৰা কম্পিউটাৰ প্ৰশিক্ষণৰ কিছু স্থিৰ চিত্ৰ
21/06/2023

১৯ জুন ২০২৩ তাৰিখৰ পৰা NIELIT JORHAT EC, MEITY, GOVT. OF INDIA দ্বাৰা আৰম্ভ কৰা কম্পিউটাৰ প্ৰশিক্ষণৰ কিছু স্থিৰ চিত্ৰ

১২ মাৰ্চ ২০২৩ তাৰিখে হৈ যোৱা প্ৰাক্তন ছাত্ৰ সমাৰোহৰ কেইখনমান স্থিৰ চিত্ৰ।
21/06/2023

১২ মাৰ্চ ২০২৩ তাৰিখে হৈ যোৱা প্ৰাক্তন ছাত্ৰ সমাৰোহৰ কেইখনমান স্থিৰ চিত্ৰ।

Address

TNS Road Nehru Park
Jorhat
785001

Telephone

+918638508952

Website

Alerts

Be the first to know and let us send you an email when Jorhat Polytechnic High School Alumni Association 2023 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category