Tekela Gaon High School

Tekela Gaon High School Tekela Gaon HS,Jorhat

100% ফলাফলেৰে পুনৰ উজলিল টেকেলাগাঁও হাইস্কুল । ক্ৰমাগত দ্বিতীয় বৰ্ষৰ বাবে এই সফলতা অৰ্জন আমাৰ বিদ্যালয়ৰ ।
11/04/2025

100% ফলাফলেৰে পুনৰ উজলিল টেকেলাগাঁও হাইস্কুল । ক্ৰমাগত দ্বিতীয় বৰ্ষৰ বাবে এই সফলতা অৰ্জন আমাৰ বিদ্যালয়ৰ ।

সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এইবাৰ গুণোৎসৱতো আমাৰ বিদ্যালয়ৰ  A গ্ৰেড লাভ ।জয়তু টেকেলাগাঁও উচ্চ মাধ্যমিক বিদ্যালয় ।
27/03/2025

সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এইবাৰ গুণোৎসৱতো আমাৰ বিদ্যালয়ৰ A গ্ৰেড লাভ ।

জয়তু টেকেলাগাঁও উচ্চ মাধ্যমিক বিদ্যালয় ।

প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্রেণীলৈকে বিনামূলীয়া নামভৰ্তিৰ বাবে যোগাযোগ কৰক ।
19/03/2025

প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্রেণীলৈকে বিনামূলীয়া নামভৰ্তিৰ বাবে যোগাযোগ কৰক ।

জিলা দিৱস উপলক্ষে গ্রন্থ দানৰ কাৰ্যসূচী ।
29/06/2024

জিলা দিৱস উপলক্ষে গ্রন্থ দানৰ কাৰ্যসূচী ।

যোৰহাট জিলা দিৱস উদযাপন
29/06/2024

যোৰহাট জিলা দিৱস উদযাপন

25/06/2024

অহা ২৯ জুন তাৰিখে প্ৰতিখন বিদ্যালয় পুথিভঁৰাল সমৃদ্ধ কৰিবলৈ গ্ৰন্থ দান কাৰ্যসুচী আয়োজন কৰা হৈছে। স্থানীয় শুভাকাঙ্খীৰ সহযোগ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ গঠন কৰা এলুমিনি সদস্যক গ্ৰন্থ দানৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। উক্ত দিনা ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথি লৈ আহিব নালাগে কেৱল নিজে লিখা যিকোনো স্থানীয় ঠাই, ব্যক্তি, অঞ্চলৰ ওপৰত লেখা বা ছবি অঁকা নিজৰ নাম ঠিকনা দি লৈ আনিব । সকলো ইচ্ছুক ছাত্ৰ ছাত্ৰীৰ লেখা সমুহ একত্ৰিত কৰি বিদ্যালয় খনৰ হাতেলিখা কিতাপ আকাৰে পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ'ব । বেটুপাতৰ ছবি অংকন কৰি কিতাপখনৰ নামকৰণ কৰি উন্মোচনও কৰা হ'ব। আনহাতে কিতাপ পঢ়াৰ আনন্দ কাৰ্যসূচী ৰাখি যিকোনো ভাল কিতাপ এখন শুদ্ধ কৈ পঢ়িব জনা ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পঠন আৰ্হি কৰা হ'ব। দানসুত্ৰে পোৱা কিতাপৰ তালিকা আৰু দাতাৰ নাম ঠিকনা লিপিবদ্ধ কৰি ৰেজিষ্টাৰ এটা ৰখাৰ ব্যৱস্থা লোৱা হ'ব। মৰমৰ যোৰহাট জিলাৰ ৪১ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গ্ৰন্থদান কাৰ্যসূচীত স্থানীয় ৰাইজৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে সক্ৰিয় অংশগ্ৰহনেৰে অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

20/04/2024

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল 2024 :

প্ৰথম বিভাগ =8 জন(2জন ষ্টাৰ)
দ্বিতীয় বিভাগ = 9 জন
তৃতীয় বিভাগ=2 জন
মুঠ=19জন , উত্তীৰ্ণ=19জন
উত্তীৰ্ণৰ হাৰ=100%

সকলোলৈকে হিয়াভৰা অভিনন্দন...

Gunotsav 2024Result : A+  (91.84%)
14/03/2024

Gunotsav 2024
Result : A+
(91.84%)

27/02/2024
সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ ।
23/02/2024

সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ ।

Address

Panisokua Tekela Gaon Road
Jorhat
785616

Telephone

+919101006851

Website

Alerts

Be the first to know and let us send you an email when Tekela Gaon High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category