Career Vision, Jorhat

Career Vision, Jorhat A premier coaching institution for competitive exams.

Our online classes are going on
06/06/2023

Our online classes are going on

04/06/2023

CAREER VISION এ আৰম্ভ কৰা প্ৰথমটো REGULAR BATCH ৰ JUNE মাহৰ 8 তাৰিখে এমাহ সম্পুৰ্ণ হব। MONDAY ৰ পৰা SUNDAY লৈ CONTINUE ক্লাছ বোৰ হৈ আছে। SATURDAY আৰু SUNDAY 3 HOUR PLUS MARATHON CLASS হৈছে । WEEKLY TEST বোৰ হৈছে। সম্পুৰ্ণ BASIC TO HIGH LEVEL ক্লাছ বোৰ হৈ আছে। FACULTY সকল সম্পুৰ্ণ অভিজ্ঞ। তেঁওলোকৰ দুগৰাকী য়ে ADDA 247 আৰু এগৰাকী CAREER CHOICE COACHING INSTITUTE ত কৰি আছে। লগতে SHORT TRICK TECHNIQUES কিছুমান দি থকা হৈছে। যিসকলে আগন্তুক 22000+ৰ বাবে PREPARATION কৰিম ভাবিছে তেওঁলোকৰ বাবে ভাল সুযোগ।
For More Details-
8638678255
6001358979

May মাহৰ 8 তাৰিখৰ পৰা Competitive exam ৰ বাবে এটা Batch আৰম্ভ হৈছে। ইচ্ছুক সকলে ওপৰত দিয়া ফোন নম্বৰত নামভৰ্তিৰ বাবে যোগ...
10/05/2023

May মাহৰ 8 তাৰিখৰ পৰা Competitive exam ৰ বাবে এটা Batch আৰম্ভ হৈছে।
ইচ্ছুক সকলে ওপৰত দিয়া ফোন নম্বৰত নামভৰ্তিৰ বাবে যোগাযোগ কৰিব পাৰে।

We are planning to start our new offline foundation batch from 5th April..Those who are willing to enroll in our courses...
30/03/2023

We are planning to start our new offline foundation batch from 5th April..Those who are willing to enroll in our courses can submit their form before 5th April.You can collect the registration form at the centre.
Donot lose the opportunity.Start now....

Regards
TEAM CAREER VISION

26/03/2023

*ANNOUNCEMENT*

Dear aspirants, happy to inform you that tomorrow you will meet Birinchi Hazarika, Director of Adda247,Jorhat at 3 pm onwards.

He will discuss about the preparation for your upcoming exams & start a new Quantitative Aptitude chapter.

*Invite your friends to attend the session.*

See you all at 3 pm.

Fourth Day of Demo Class 🙏🙏
24/03/2023

Fourth Day of Demo Class 🙏🙏

24/03/2023

যি সকল ছাত্ৰ- ছাত্ৰীৰ MATH আৰু ENGLISH ৰ প্ৰতি দুৰ্বলতা আছে। তেওঁলোকে আজি , দেওবাৰ আৰু সোমবাৰে হবলগীয়া বিনামূলীয়া MATH আৰু ENGLISH ৰ ক্লাছ টোত উপস্থিত থাকি উপকৃত হব বুলি ভাবিছোঁ। সকলো ছাত্ৰ ছাত্ৰী আহিব পাৰে আৰু ক্লাছ টোৰ সুবিধা লব পাৰে। আমাৰ ইতিমধ্যে DEMO ক্লাছৰ 3 দিন সম্পূৰ্ণ হৈছে।

For Today's Class
Subject- MATH
Class Time- From 3 PM Onwards

Regards
TEAM CAREER VISION

2nd Day of Demo Class 🙏🙏
17/03/2023

2nd Day of Demo Class 🙏🙏

"CAREER VISION "  য়ে ইচ্ছুক ছাত্ৰ- ছাত্ৰী তথা যুৱক-যুৱতী সকলৰ বাবে কিছু আগতীয়া আভাস ল'ৱ পৰাকৈ আজিৰে  পৰা পাচঁ দিনিয়া ...
16/03/2023

"CAREER VISION " য়ে ইচ্ছুক ছাত্ৰ- ছাত্ৰী তথা যুৱক-যুৱতী সকলৰ বাবে কিছু আগতীয়া আভাস ল'ৱ পৰাকৈ আজিৰে পৰা পাচঁ দিনিয়া সম্পূর্ণ বিনামূলীয়া প্ৰশিক্ষণ আগবঢ়াইছে ।
যিহেতু এই বিনামূলীয়া প্ৰশিক্ষণৰ বাবে আসন সীমিত , ইচ্ছুক যি সকলে এতিয়াও তেওঁলোকৰ নাম পঞ্জীয়ন কৰা নাই, তেওঁলোকে তলত দিয়া লিংটোত গৈ তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব।
https://forms.gle/1qnkmon8d1zMwNeC9

অথবা ইচ্ছুক সকলে 6001358979 আৰু 8638678255 নম্বৰত যোগাযোগ কৰি তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব।
ধন্যবাদেৰে
TEAM CAREER VISION

আজি ক্লাছৰ কিছু দৃশ্যাংশ....

Happy New Year 2023
01/01/2023

Happy New Year 2023

04/12/2022
সকলোকে CAREER VISION R তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আপোনাকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইংৰাজী ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ...
19/11/2022

সকলোকে CAREER VISION R তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আপোনাকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইংৰাজী ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা CAREER VISION য়ে 5 দিনৰ বাবে বিনামূলীয়া পাঠদানৰ ব্যৱস্থা কৰিছে। ইয়াত সকলো বিষয় অন্তৰ্ভুক্ত কৰা হ'ব( With Short trick)।সকলো অভিজ্ঞ শিক্ষক ইয়াত উপস্থিত থাকিব। সকলোঁ ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত থাকি বিনামূলীয়া পাঠদানৰ সুবিধা ল'ব পাৰিব।
যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিনামূলীয়া পাঠদানৰ অংশীদাৰ হ'ব বিচাৰিছে। তেওঁলোকে তলত দিয়া ফোন নাম্বাৰত যোগাযোগ কৰিব পাৰে।
6001358979, 8638678255
অনুগ্ৰহ কৰি সকলোৱে যাতে পোষ্ট টো Share কৰি দিয়ে যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ সুবিধা ল'ব পাৰে।
ধন্যবাদ

Address

Malowpathar
Jorhat
785108

Telephone

+916001358979

Website

Alerts

Be the first to know and let us send you an email when Career Vision, Jorhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Career Vision, Jorhat:

Shortcuts

Share