94 no fechual lp school

94 no fechual lp school Fechual kari gaon, Fechual, jorhat.

20/10/2025
৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন ২০২৫
15/08/2025

৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন ২০২৫

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন ২০২৫
20/06/2025

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন ২০২৫

ভাল খবৰ  বিগত বৰ্ষ কেইটাৰ দৰে এইবাৰো আমাৰ বিদ্যালয় খনে গুণোৎসৱ ২০২৫ ত A+ গ্ৰেড পাবলৈ সক্ষম হৈছে।  এইটো সম্ভৱ হৈছে ছাত্ৰ ...
27/03/2025

ভাল খবৰ

বিগত বৰ্ষ কেইটাৰ দৰে এইবাৰো আমাৰ বিদ্যালয় খনে গুণোৎসৱ ২০২৫ ত A+ গ্ৰেড পাবলৈ সক্ষম হৈছে। এইটো সম্ভৱ হৈছে ছাত্ৰ ছাত্ৰীৰ চেষ্টা আৰু অভিভাৱক সকলৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত। বিদ্যালয়ৰ তৰফৰ পৰা এই সুখবৰটো আপোনালোকলৈ প্ৰেৰণ কৰিলো আৰু আপোনালোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ 🙏

নতুন বছৰৰ নামভৰ্তি চলি আছে, ফেঁচুৱাল বাসী ৰাইজলৈ অনুৰোধ আপোনাৰ শিশুটিৰ সুনিশ্চিত ভৱিষ্যত গঢ় দিবৰ বাবে আমাৰ লগত যোগাযোগ কৰক 🙏

13/03/2025

পঞ্চম শ্ৰেণীৰ বিদায় সভা, ২০২৪-২৫

যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী
29/06/2024

যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী

বিশ্ব পৰিৱেশ দিৱস 2024
05/06/2024

বিশ্ব পৰিৱেশ দিৱস 2024

12/04/2024
ৰঙালীৰ আদৰণি 🥰
12/04/2024

ৰঙালীৰ আদৰণি 🥰

পুনৰ এইবাৰো গুণোৎসৱত A+ গ্ৰেড লাভ
14/03/2024

পুনৰ এইবাৰো গুণোৎসৱত A+ গ্ৰেড লাভ

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when 94 no fechual lp school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category