Brahmaputra academy senior secondary school

Brahmaputra academy senior secondary school Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Brahmaputra academy senior secondary school, Education, malow ali, Jorhat.

সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।। আজি আমাৰ বিদ্যালয়ত পৰিৱেশ দিৱস উদযাপন কৰাৰ কিছু মূহুৰ্ত --
05/06/2026

সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।। আজি আমাৰ বিদ্যালয়ত পৰিৱেশ দিৱস উদযাপন কৰাৰ কিছু মূহুৰ্ত --

24/05/2026

যোৰহাটৰ মালৌআলি স্থিত ব্ৰহ্মপুত্ৰ একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন তথা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, মুকলি সভাৰ লগতে এখন সাংস্কৃতিক আবেলিৰ আয়োজন কৰা হয়। এই অনুষ্ঠান ভাগৰ কিছু মূহুৰ্ত -----

17/05/2026
আপোনালোকৰ সন্তানৰ সপোন আমাৰ দায়িত্ব।বৰ্তমান বিজ্ঞান আৰু কলা শাখাত নামভৰ্তি চলি আছে।।
21/04/2026

আপোনালোকৰ সন্তানৰ সপোন আমাৰ দায়িত্ব।

বৰ্তমান বিজ্ঞান আৰু কলা শাখাত নামভৰ্তি চলি আছে।।

 #ব্ৰহ্মপুত্ৰ  #একাডেমী২০১৫ চনত জন্ম লাভ কৰা আমাৰ মৰমৰ ব্ৰহ্মপুত্ৰ একাডেমী খনে শিক্ষাৰ পোহৰ বিলাই অহাৰ উপৰিও সমাজ সেৱা, ...
18/04/2026

#ব্ৰহ্মপুত্ৰ #একাডেমী
২০১৫ চনত জন্ম লাভ কৰা আমাৰ মৰমৰ ব্ৰহ্মপুত্ৰ একাডেমী খনে শিক্ষাৰ পোহৰ বিলাই অহাৰ উপৰিও সমাজ সেৱা, মানবীয় প্ৰমূল্যবোধ আদিৰ ওপৰতো বহুত খিনি গুৰুত্ব প্ৰদান কৰি আহিছে। আমাৰ এই ব্ৰহ্মপুত্ৰ একাডেমী খনৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছো -
১। উন্নত মানদণ্ডৰ শিক্ষা, আধুনিক সা - সুবিধা আৰু উন্নত মানৰ প্লেচমেণ্টৰ ব্যৱস্থা আছে যিয়ে শিক্ষাৰ্থীক প্ৰতিযোগিতামূলক পৃথিৱীত আগবাঢ়ি যোৱাত সহায় কৰিছে ।
২। পাঠ্যক্ৰমৰ লগতে অতিৰিক্ত পাঠ্যক্ৰম আৰু কৰ্মশালাই ছাত্ৰ - ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধন কৰে। যোৰহাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ব্ৰহ্মপুত্ৰ একাডেমীয়ে বিনামূলীয়া কৰ্মশালাৰ লগতে Spoken English, সংগীত, নৃত্য আদিৰ শ্ৰেণীৰ আয়োজন কৰি বিভিন্ন দিশত ছাত্ৰ - ছাত্ৰী সকলক আগবঢ়ায় নিবলৈ সক্ষম হৈছে।
৩। বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী সকলেও সকলো দিশতে ছাত্ৰ - ছাত্ৰী সকলক সহায় সহযোগিতা আগবঢ়োৱাৰ উপৰিও শিক্ষক শিক্ষয়িত্ৰী সকলেও বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান তথা শিক্ষক সমাৰোহত অংশগ্ৰহণ গ্ৰহণ কৰি কেইবাটাও পুৰস্কাৰ লাভ কৰি বিদ্যালয় খনলৈ সুনাম অৰ্জন কৰি আহিছে।
৪। প্ৰতিবছৰে আমাৰ বিদ্যালয়ে ছাত্ৰ - ছাত্ৰী সকলক শিক্ষামূলক ভ্ৰমণৰ লগতে বিভিন্ন ঠাই ভ্ৰমণ কৰিবলৈ নি ছাত্ৰ -ছাত্ৰীসকলক বহুতো উপকৃত কৰি তুলিছে।
৫। আমাৰ বিদ্যালয়ৰ পৰিবেশতো বহুত শান্ত আৰু সুস্থিৰ, যাৰ বাবে শিক্ষাৰ্থী সকলে পঢ়া শুনাত বহুতো মনোযোগ দিব পাৰে।আমাৰ এই ব্ৰহ্মপুত্ৰ একাডেমীত শিক্ষা লাভ কৰা বহুতো শিক্ষাৰ্থী এতিয়া বহুতো বিভাগত উচ্চ পদস্থ বিষয়াৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
৬। আমাৰ মৰমৰ এই বিদ্যালয় খনিত আধুনিক লেবৰেটৰী,এটা ধুনীয়া পুথিভঁৰাল আৰু এটা অতি উন্নত মানদণ্ডৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে।যাৰ ফলত শিক্ষাৰ্থী সকলে বহুতো বিষয় আয়ত্ত কৰিবলৈ অতি সহজ হৈ পৰিছে।
৭। যোৰহাট জিলাৰ মালৌ আলি ৰাজতীয়া নামঘৰৰ সমীপত অৱস্থিত ব্ৰহ্মপুত্ৰ একাডেমীত বৰ্তমান একাদশ শ্ৰেণীৰ বিজ্ঞান আৰু কলা শাখাত নামভৰ্তি চলি আছে। আমাৰ বিদ্যালয়ৰ কতৃপক্ষই
আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ - ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা বিগত দহটা বছৰত কৰি আহিছে। এইবাৰো তাৰ কোনো ব্যতিক্ৰম হোৱা নাই।। প্ৰতি বছৰে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয় খনলৈ সুনাম অৰ্জন কৰি আহিছে।।

Higher Secondary First Year Admission Open.   ( Arts/ Science / Commerce)         .....      শ্ৰদ্ধাৰ, প্ৰতিজন অভিভাৱক,অ...
16/04/2026

Higher Secondary First Year Admission Open. ( Arts/ Science / Commerce)

.....

শ্ৰদ্ধাৰ, প্ৰতিজন অভিভাৱক,অভিভাৱিকা আৰু মৰমৰ ছাত্ৰ - ছাত্ৰী সকললৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।

আমাৰ প্ৰতিজন অভিভাৱকৰ বুকুত এটা সপোন থাকে যে তেওঁলোকে তেওঁলোকৰ নিজৰ সন্তানক সকলো দিশতে সঠিক পথেৰে আগুৱাই নি এটা উজ্জ্বল আৰু সফল ভৱিষ্যত দিব পাৰে।

সেই সপোনবোৰক বাস্তৱত ৰূপ দিব পৰাকৈ আমাৰ ব্ৰহ্মপুত্ৰ একাডেমী সকলো দিশৰ পৰাই সক্ষম।।

আমি প্ৰতিগৰাকী অভিভাৱকৰ তেওঁলোকৰ সন্তানৰ সপোন খিনি পূৰণ কৰাৰ স্বাৰ্থত আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ - ছাত্ৰীৰ নামভৰ্তিৰ মাচুল কিছু ক্ষেত্ৰত ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছোঁ।।

ADMISSION OPEN 2026 - 2027Brahmaputra Academy Senior Secondary School..... Malow Ali, JorhatHigher Secondary Classes ( A...
10/04/2026

ADMISSION OPEN 2026 - 2027

Brahmaputra Academy Senior Secondary School..... Malow Ali, Jorhat

Higher Secondary Classes ( Arts/ Science/ Commerce) ৰ নাম ভৰ্তি প্ৰক্ৰিয়া ‌আৰম্ভ হৈছে ।

* Speciality of Brahmaputra Academy
1. Free Admission for BPL Students.
2. 100% Result Last 9 Years.
3.Merit Based Scholarship.
4. Hi- Tech Computer Lab with Internet Facilities.
5. Full - fledged Coaching for different Courses All India Level Entrance Examination.

Address

Malow Ali
Jorhat

Alerts

Be the first to know and let us send you an email when Brahmaputra academy senior secondary school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Brahmaputra academy senior secondary school:

Shortcuts

Share

Category