Mohanating Charia Pathar Missing Gaon HS

Mohanating Charia Pathar Missing Gaon HS Mohanting Charia Pathar Missing Gaon HS is a High School under Directorate of Secondary Education Department of Assam and established in 1974 (ME), 1979 (HS)

25/01/2025

গুণোৎসৱ ২০২৫ ৰ প্ৰাত:সভাত বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী লক্ষ্মী গঞ্জুৰ কবিতা আবৃত্তি।

গুণোৎসৱ ২০২৫ ৰ বিশেষ দিনটোত শ্ৰদ্ধাৰ বহি:মূল্যায়ক চিনামৰা মহাবিদ্যালয়ৰ শ্ৰীযুতা মনীষা বৰকটকী মহোদয়া, ধলৰসত্ৰ উচ্চতৰ মা...
25/01/2025

গুণোৎসৱ ২০২৫ ৰ বিশেষ দিনটোত শ্ৰদ্ধাৰ বহি:মূল্যায়ক চিনামৰা মহাবিদ্যালয়ৰ শ্ৰীযুতা মনীষা বৰকটকী মহোদয়া, ধলৰসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় নিৰীক্ষকসকল, বিদ্যালয়ৰ প্ৰাক্তন শিক্ষকসকল, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক সমন্বিতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স্থিৰচিত্ৰ।

25/01/2025

A short speech by Srimoti Pavitri Singh Rajput, a student of Class 8 of the School on Dr. APJ Abdul Kalam at the Morning Assembly of Gunotsav 2025.

22/01/2025Glimpses of Gunotsav 2025
25/01/2025

22/01/2025
Glimpses of Gunotsav 2025

গ্ৰীষ্মবন্ধ উপলক্ষে বিদ্যালয়ত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা 'প্ৰীতি সন্মিলন' আৰু 'কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান'টি...
15/08/2023

গ্ৰীষ্মবন্ধ উপলক্ষে বিদ্যালয়ত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা 'প্ৰীতি সন্মিলন' আৰু 'কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান'টি যোৱা ৩০ জুন, ২০২৩ তাৰিখে অনুষ্ঠিত হৈ যায়।
অনুষ্ঠানৰ মুখ্য আকৰ্ষণ- ২০২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সকলক সম্বৰ্ধনা জনোৱা হয়। ষ্টাৰপ্ৰাপ্ত আৰু অক্ষৰ নম্বৰ প্ৰাপ্ত ছাতিৰ-ছাত্ৰীসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয়।
লগতে
বছেৰেকীয়া পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীসকলকো মানপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হয়।
তদুপৰি
'বাৰ্ষিক ক্ৰীড়া সমাৰোহ ২০২২' ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমবাৰৰ বাবে মানপত্ৰ প্ৰদান কৰা উপৰিও একোটাকৈ পুৰস্কাৰ প্ৰদান কৰা হয়।
শেষত
বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত নৃত্য-গীত আদিৰে পৰিৱেশ আনন্দমুখৰ হৈ পৰে।
অনুষ্ঠানটিত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু শিক্ষক, স্হানীয় সামাজিক ব্যক্তি তথা অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠান উপভোগ কৰে।

আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ কিছু দৃশ্যাংশ...
20/06/2023

আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ কিছু দৃশ্যাংশ...

মোহনাটিং অঞ্চলৰ আবাল-বৃদ্ধ-বনিতা সকলোকে অংশগ্ৰহণ কৰিবলৈ বিদ্যালয়ৰ তৰফৰ পৰা আহ্বান জনোৱা হ'ল।ৰেচন কাৰ্ড আৰু মোবাইল নম্বৰ...
22/03/2023

মোহনাটিং অঞ্চলৰ আবাল-বৃদ্ধ-বনিতা সকলোকে অংশগ্ৰহণ কৰিবলৈ বিদ্যালয়ৰ তৰফৰ পৰা আহ্বান জনোৱা হ'ল।
ৰেচন কাৰ্ড আৰু মোবাইল নম্বৰ লৈ আহিলে আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰিবও পাৰিব।

30 মাৰ্চ 2023 তাৰিখে অনুষ্ঠিত হ'ব মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা।
13/03/2023

30 মাৰ্চ 2023 তাৰিখে অনুষ্ঠিত হ'ব মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা।


🛑 ৩০ মাৰ্চত অনুষ্ঠিত হ'ব আজি বাতিল হোৱা মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা। ঘোষণা কৰিলে ছেবাই।
The cancelled examination of General Science scheduled today(13/3/23) will now be held on 30 March 2023. On the other hand, the cancelled English examination in JR Higher Secondary School, Ganirgram will be held on 28th March. SEBA has issued notice.

🔴জাননী 🔴ইয়াৰ দ্বাৰা জনোৱা হ'ল যে মোহনাটিং চৰিয়া পথাৰ মিচিংগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ  ২০২৩-২০২৪  বৰ্ষৰ 'ক' মানৰ পৰা ...
13/03/2023

🔴জাননী 🔴

ইয়াৰ দ্বাৰা জনোৱা হ'ল যে মোহনাটিং চৰিয়া পথাৰ মিচিংগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২০২৩-২০২৪ বৰ্ষৰ 'ক' মানৰ পৰা 'নৱম' মানলৈকে নামভৰ্তি চলি আছে। গতিকে শ্ৰদ্ধাৰ অভিভাৱক সকলক অনতিপলমে বিদ্যালয়ৰ লগত যোগাযোগ কৰিবলৈ জনোৱা হ'ল।

প্ৰধান শিক্ষক
১৩-০৩-২০২৩

Address

Mohanting Grant Road
Jorhat
785616

Opening Hours

Monday 8am - 3:30pm
Tuesday 8am - 3:30pm
Wednesday 8am - 3:30pm
Thursday 8am - 3:30pm
Friday 8am - 3:30pm
Saturday 8am - 12:30pm

Telephone

+916001236381

Website

Alerts

Be the first to know and let us send you an email when Mohanating Charia Pathar Missing Gaon HS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Mohanating Charia Pathar Missing Gaon HS:

Shortcuts

Share

Category