634 No Laliti LP school

634 No Laliti LP school Any kind of activities done school will be shared

"চিত্ৰাংকন প্ৰতিযোগিতা"
05/06/2024

"চিত্ৰাংকন প্ৰতিযোগিতা"

13/01/2024

আমাৰ বিদ্যালয় , আমাৰ শিশু , আমাৰ গৌৰৱ

15/11/2023
 # #লুইতৰ পাৰৰ  আৰ্থিক দিশত অতিকৈ পিছপৰা গাওঁ সমূহৰ উদ্দীয়মান নক্ষত্ৰ বোৰ # #   উত্তৰ পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰ...
15/11/2023

# #লুইতৰ পাৰৰ আৰ্থিক দিশত অতিকৈ পিছপৰা গাওঁ সমূহৰ উদ্দীয়মান নক্ষত্ৰ বোৰ # #
উত্তৰ পশ্চিম যোৰহাটৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ খকনগুৰিস্থিত খকনগুৰি প্ৰাথমিক বিদ্যালয়ৰ লগতে লাগি থকা ৰঙ্গমঞ্চত, ললিতি, নিমগুৰি, বৰচাপৰি খকনগুৰি বিদ্যালয় কেইখনে একত্ৰিভাৱে এটি বন্ধুত্বপূৰ্ণ মানসেৰে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী তথা শিশুৱে মৰমতে মতা নেহেৰু খুড়াৰ ১৩৪ সংখ্যক জন্ম জয়ন্তীত "শিশু দিৱস" এক বৰ্ণাঢ্য দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বন্তি প্ৰজ্বলন, পথযাত্ৰা, প্ৰতিযোগিতামূলক কাৰ্যসচী -- চিত্ৰাংকন, কবিতা আবৃত্তি, কুইজ প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান শেষত পুৰস্কাৰ বিতৰণ কাৰ্যসূচীৰে অনুষ্ঠানভাগ সামৰণি মৰা হয়। আজিৰ অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত ভাগ লোৱা শিশু সকলৰ প্ৰতিভা সমূহ পৰিলক্ষন কৰি শিক্ষক সকলে এটি অনুভৱ কৰিব পাৰিছে যে সেই শিশু সকলে নিশ্চিতভাৱে ভৱিষ্যতে সমাজৰ একো একোজন সমল ব্যক্তি হিচাপে আত্মপ্ৰতিষ্ঠিত হ'ব...

Address

Laliti Khakanguri, Bahfala
Jorhat
785108

Alerts

Be the first to know and let us send you an email when 634 No Laliti LP school posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to 634 No Laliti LP school:

Shortcuts

Share

Category