Department of History, Jorhat College-Amalgamated

Department of History, Jorhat College-Amalgamated This Page is Specially Created for for Educational Purpose.

৮/১২/২০২৫ তাৰিখে যোৰহাট মহাবিদ্যালয়ত প্ৰয়াত অধ্যাপক অৰুণ চন্দ্ৰ পূজাৰী নৱম দ্বি - বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ...
09/12/2025

৮/১২/২০২৫ তাৰিখে যোৰহাট মহাবিদ্যালয়ত প্ৰয়াত অধ্যাপক অৰুণ চন্দ্ৰ পূজাৰী নৱম দ্বি - বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় । বিষয় বস্তু আছিল – ‘ কামৰূপ ' ৰ পৰা ‘ অসম' লৈ ৰূপান্তৰ ইতিহাস ( নৱ আৱিস্কৃত শিলালেখ - তাম্ৰপত্ৰৰ পোহৰত)। বক্তা ডক্টৰ গজেন্দ্ৰ অধিকাৰী, অধ্যাপক, উত্তৰ পূব ভাৰত অধ্যয়ন বিভাগ, শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়।

ইতিহাস বিভাগৰ সমূহ শিক্ষাৰ্থীৰ সহযোগত আমি জুবিন দাৰ ম্মৃতিত  "প্ৰজ্ঞা" হাতেলিখা আলোচনী "জুবিন দাৰ বিশেষ সংখ্যা"প্ৰস্তত ক...
01/10/2025

ইতিহাস বিভাগৰ সমূহ শিক্ষাৰ্থীৰ সহযোগত আমি জুবিন দাৰ ম্মৃতিত "প্ৰজ্ঞা" হাতেলিখা আলোচনী "জুবিন দাৰ বিশেষ সংখ্যা"প্ৰস্তত কৰি তেওঁ পৰিয়ালৰ হাতত অৰ্পন কৰা সিদ্ধান্ত লৈছিলোঁ। অতি কম সময়ত (পাঁচদিনৰ ভিতৰত) বিভাগৰ শিক্ষাৰ্থী সকলৰ সহযোগত আমি আলোচনী খন প্ৰস্তত কৰি আজি গৰিমা বৌ হাতত অৰ্পন কৰিলোঁ।

৫/৯/২০২৫ তাৰিখে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ইতিহাস বিভাগৰ সমূহ ছাত্ৰ - ছাত্ৰী সহযোগত শিক্ষক দিৱস পালন কৰা ভাল লগা কিছু ম...
06/09/2025

৫/৯/২০২৫ তাৰিখে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ইতিহাস বিভাগৰ সমূহ ছাত্ৰ - ছাত্ৰী সহযোগত শিক্ষক দিৱস পালন কৰা ভাল লগা কিছু মূহুৰ্তৰ কিছু ক্ষণ সাঁচি ৰখা হ'ল

History department, Merit list 📌
03/06/2025

History department, Merit list 📌

21/05/2025HISTORY DEPARTMENT CELEBRATES INTERNATIONAL TEA DAY Jorhat, May 21, 2025: The History Department of Jorhat Col...
22/05/2025

21/05/2025
HISTORY DEPARTMENT CELEBRATES INTERNATIONAL TEA DAY

Jorhat, May 21, 2025: The History Department of Jorhat College, in collaboration with the Internal Quality Assurance Cell (IQAC) and the Quiz & Heritage Club, celebrated International Tea Day 2025 with great enthusiasm today. The event highlighted the rich legacy and cultural significance of the tea industry in India, with a special focus on Assam’s pivotal role.

The program was inaugurated by Dr. Gitartha Goswami, Coordinator of IQAC, Jorhat College, who provided insightful remarks on the 200-year history of India’s tea industry. He emphasized its contributions to the nation’s economy and global identity. Mr. Raktimjyoti Hazarika, Head of the Department of History and a PhD scholar in the food history of Assam, delivered a compelling address on the multidimensional aspects of the tea industry. He described tea as “the real diamond” of Assam and India, noting that the discovery of tea in Assam’s jungles in 1823 brought the region into the global spotlight. Mr. Hazarika stressed the need for academic discourse to shift from the traditional focus on tea planters and workers’ relations to broader themes like sustainability and cultural impacts. He also highlighted how tea has transformed India’s food culture and public sphere through the rise of tea parties and tea stalls.

The students of the Quiz and Heritage Club enriched the event by presenting vintage advertisements from colonial-era tea companies in Assam and India, offering a glimpse into the industry’s historical marketing strategies. Adding to the vision for future academic endeavors, Dr. Soumitra Puzari announced that Jorhat College plans to establish a Tea Research Centre to conduct extensive studies on various facets of the tea industry, including its historical, cultural, and sustainable dimensions.

Addmission open for 4 - Year Undergraduate Program (FYUGP) under NEP (2025-26)DEPARTMENT OF HISTORYJorhat College (Amalg...
20/05/2025

Addmission open for 4 - Year Undergraduate Program (FYUGP) under NEP (2025-26)

DEPARTMENT OF HISTORY
Jorhat College (Amalgamated)

SAMARTH ADDMISSION : Enroll in the HISTORY DEPARTMENT at Jorhat College ( Amalgamated).

We are glad to share the Achievements of our students in The B.A honours  (Undergraduate) final examination of 2024.Warm...
11/07/2024

We are glad to share the Achievements of our students in The B.A honours (Undergraduate) final examination of 2024.

Warmest CONGRATULATIONS on your excellent results and best wishes for your next adventure.

We are all so proud of your results.

We are pleased to share the achievements of our students in the BA Hons (Undergraduate) final examinations of 2023.Congr...
09/06/2024

We are pleased to share the achievements of our students in the BA Hons (Undergraduate) final examinations of 2023.

Congratulations to all the students for their stupendous results!

কাইলৈ পৰা আৰম্ভ হ'বলগীয়া ষষ্ঠ ষান্মাসিকৰ চূড়ান্ত পৰীক্ষালৈ মৰমৰ দাদা-বাইদেউসকললৈ শুভেচ্ছা  থাকিল। 💐❤️
03/05/2024

কাইলৈ পৰা আৰম্ভ হ'বলগীয়া ষষ্ঠ ষান্মাসিকৰ চূড়ান্ত পৰীক্ষালৈ মৰমৰ দাদা-বাইদেউসকললৈ শুভেচ্ছা থাকিল। 💐❤️

26/04/2024

ইতিহাস বিভাগৰ কাৰ্যসূচীসমূহ পৰিচালিত কৰিবৰ বাবে প্রত্যেক বছৰৰ মূৰে মূৰে একোখন 'ফ'ৰাম' গঠন কৰা হয়।

এই উদ্দেশ্য আগত ৰাখিয়েই ২৪/০৪/২০২৪ তাৰিখে পতা বিভাগীয় সভাখনিত এই ফ'ৰাম খন গঠন কৰা হয়।

যোৱা বছৰৰ ফ'ৰামৰ দায়িত্বত থকা সম্পাদিকা ৰিতুপর্ণা দত্ত (ষষ্ঠ ষান্মাসিক) ৰ দ্বাৰা পৰিচালিত ফ'ৰামৰ সামৰণি মাৰি পুনৰ আজি নতুনকৈ ফ'ৰাম এখন গঠন কৰা হয়। ২০২৪-২৫ বর্ষৰ বিভাগৰ ফ'ৰামৰ দায়িত্ব বাবে সম্পাদিকা আৰু সহ: সম্পাদক মিলাই মুঠ চাৰিটা পদৰ দায়িত্ব বিভাগৰ চতুৰ্থ আৰু দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীৰ মাজত ভাগ কৰি দিয়া হয়।

সম্পাদিকা - আৰতি কলিতা (চতুৰ্থ ষান্মাসিক)
- শিখা দেৱী (চতুৰ্থ ষান্মাসিক)
সহ- সম্পাদক -তিলোৎপল বৰা (দ্বিতীয় ষান্মাসিক)
সহ -সম্পাদক- বেদব্রত গগৈ (দ্বিতীয় ষান্মাসিক)

ফ'ৰামৰ সকলোবোৰ কাম কাজ বিভাগৰ অধ্যাপক 'ৰক্তিমজ্যোতি হাজৰিকা' ছাৰৰ দায়িত্বত পৰিচালিত হ'ব বুলি এই সভাত উল্লেখ কৰা হয়।

বিদায় অৰ্থ শেষ নহয়, ই এক নতুন আৰম্ভণি। আপোনালোকৰ যাত্ৰাত শুভকামনা থাকিল।২০২১-২০২৪ বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ বিভাগীয় বিদ...
25/04/2024

বিদায় অৰ্থ শেষ নহয়, ই এক নতুন আৰম্ভণি। আপোনালোকৰ যাত্ৰাত শুভকামনা থাকিল।

২০২১-২০২৪ বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলৰ বিভাগীয় বিদায় সভা কালি অনুষ্ঠিত হৈ যায়।

তোমালোকৰ ভৱিষ্যত সুন্দৰ হওক তাৰে কামনাৰে....
মহাবিদ্যালয় তথা বিভাগৰ দুৱাৰ তোমালোকৰ বাবে সদায় খোলা আছে।
"তোমালোকৰ সুগন্ধি, জেচিয়ানৰ চোতালত পৰা প্ৰতি টোপাল নিয়ৰে নিস্তব্ধতাৰে কৈ যাব।"

Address

Na Ali
Jorhat
785001

Telephone

+919531026440

Website

Alerts

Be the first to know and let us send you an email when Department of History, Jorhat College-Amalgamated posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Department of History, Jorhat College-Amalgamated:

Shortcuts

Share

Category