07/03/2022
স্বস্তিকা আই টি(Sw****ka Institute of Technology) ৰ জৰিয়তে বহুদিন ছাত্র ছাত্রী সকলৰ বৃতিমুখী শিক্ষা ৰ লগত জড়িত হৈ আছো। বহু ছাত্র ছাত্রীয়ে ইতিমধ্যে সংস্থাপন লাভ কৰিছে।
কিন্তু নিজৰ কাৰণে যেতিয়া এজন ডিটিপি অপাৰেটৰ বা এগৰাকী অফিস এচিচটেণ্ট বিচাৰো ... মনে বিচৰা ধৰণে নাপাওঁ।
কিয়? উত্তৰ এটাই। ধৈর্য নথকা এজনে কম্পিউটাৰ শিকে ...অথবা গ্ৰুমিং নথকা এগৰাকীয়ে চাকৰিটোৰ বাবে আবেদন কৰে।
স্ৱস্তিকা আই টি ৰ তৰফৰ পৰা এই সমস্যাৰ অবসান ঘটাবলে এইদৰে চেষ্টা কৰা হৈছে।
১.আমি উপযুক্ত লোকক উপযোগী স্থানত নিযুক্তি দিবলে চেষ্টা কৰিম। গ্ৰুমিং, পাৰচ'নেলিতি ভেভেলপমেণ্ট ৰ প্ৰশিক্ষণ দি নিজস্ব বিষয়ত পাৰ্গত সকলকহে চাকৰিৰ বাবে যোগ্য বুলি বিবেচনা কৰা হ'ব ।
২.বৃতিমুখী শিক্ষা গ্ৰহণ কৰা সকলক অকল চাকৰিমুখী নকৰি আত্ম সংস্থাপনৰ বাবে সৰ্বোপ্ৰকাৰে চেষ্টা কৰা হ'ব।
৩. আপুনি বিচৰা ধৰণে যিকোনো মানৱ সম্পদ (humam resource) দিবৰ বাবে চেষ্টা কৰিম ।
৪.নিয়োগপ্ৰাৰ্থী সকলকো নিজে যোগ্য বিবেচিত বৃতিসমূহৰ বাবে স্ৱস্তিকা আই টিত যোগাযোগ কৰিবলে অনুৰোধ কৰা হ'ল। কি কৰিম ঠিৰাং কৰিব নোৱাৰা সকলকো সুপৰামৰ্শ দি প্ৰতিষ্ঠিত কৰিবলে চেষ্টা কৰা হ'ব।
৫. আমি মানুহ দিব পৰা বিভাগ সমূহ
হ'ম কেয়াৰ নাৰ্ছিং, ডিটিপি অপাৰেটৰ,টেলিভিশন অপাৰেটৰ, অফিচ এচিচটেণ্ট, একাউন্টেট, মটৰ মেকানিক, ইলেকট্রিচিয়ান, দিজেল মেকানিক, ফিটাৰ, বিউটিচিয়ান, হেয়াৰ দ্ৰেছাৰ,যিকোনো দোকানত থাকিব পৰা ল'বা ছোৱালী,ফাৰ্মাচিত থাকিব পৰা ল'ৰা ছোৱালী, শিক্ষক -শিক্ষয়ত্ৰী, এচিচটেণ্ট মেনেজাৰ, প্ৰজেক্ট মেনেজাৰ, টুৰ অপাৰেটৰ, মেনেজাৰ, ইভেন্ট ম্নেনেজমেন্টৰ কাৰণে মানুহ ইত্যাদি।
আমি সকলোকে অনুৰোধ কৰিলো যাতে কাৰোবাক নিয়োগ ৰ বাবে যিকোনো কৰ্মচাৰীৰ প্ৰয়োজন হ'লে আমাক এসপ্তাহৰ আগতে জনাই যেন।
যোগাযোগ কৰক:
Sw****ka Institute of Technology.. Kushal Nagar.Jail Road. Jorhat
Email: [email protected]
Ph 3767962033
M 9435050975,9435050421
নিয়োগপ্ৰাৰ্থী সকলকো নিজে যোগ্য বিবেচিত বৃতিসমূহৰ বাবে স্ৱস্তিকা আই টিত যোগাযোগ কৰিবলে অনুৰোধ কৰা হ'ল।