Dookmukali Adarsha Vidyapith

Dookmukali Adarsha Vidyapith Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dookmukali Adarsha Vidyapith, School, Dhudar Ali, Jorhat.

25/05/2026

বিদ্যালয়ত শনিবৰীয়া সানমিহলিত ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্ম🌿🌷সৰুৰ পৰাই সৰু সৰু কামবোৰ কৰিবলৈ অভিভাৱকে দিয়াটো প্ৰয়োজন🤗

10/05/2026

Saturday Activities🤗❤️

Selenghat Podumoni

04/05/2026

শনিবৰীয়া চ'ৰাত আমাৰ কণমানিসকল🥰🥰

বিদ্যালয়ৰ নতুন শিক্ষা বৰ্ষৰ প্ৰথম দিন (২০/০৪ ২০২৬)🎊🎉📚 "দোকমোকালি আদৰ্শ বিদ্যাপীঠ"..📖🖊️📓      আকৌ আহিল এজাক উৰণীয়া মৌ। ...
20/04/2026

বিদ্যালয়ৰ নতুন শিক্ষা বৰ্ষৰ প্ৰথম দিন (২০/০৪ ২০২৬)🎊🎉📚 "দোকমোকালি আদৰ্শ বিদ্যাপীঠ"..📖🖊️📓
আকৌ আহিল এজাক উৰণীয়া মৌ। জাক পাতি থুপ খাইছেহি "দোকমোকালি" নামৰ এজোপা ঠন ধৰি উঠা বৃক্ষৰ ঠানিত।
সিহঁতৰ তিৰবিৰাই থকা চকুযুৰিত ভাঁহি উঠিছে নতুন আশা, নতুন হেঁপাহ, বুকুত টোপোলা বান্ধিবলৈ লোৱা সপোনবোৰ.....!
সিহঁতৰ চিলচিলিয়া ঠুনুকা পাখি কেইখনত আলফুলে মৰম বোলাই দিছো ❤️। প্ৰস্ফুটিত হঁওক সিহঁতৰ লুপ্ত প্ৰত্যাশাবোৰ......!
ন ন সম্ভাৰে নিজকে সজাই তোলক.....✍️ প্ৰিয়ংকা হাজৰিকা

২০২৬ বৰ্ষৰ সৰস্বতী পূজা।এই বৰ্ষত দোকমোকালি আদৰ্শ বিদ্যাপীঠত নতুনকৈ সপ্তম, অষ্টম, আৰু নৱম শ্ৰেণীৰ সংযোজন হ'ব।
05/02/2026

২০২৬ বৰ্ষৰ সৰস্বতী পূজা।
এই বৰ্ষত দোকমোকালি আদৰ্শ বিদ্যাপীঠত নতুনকৈ সপ্তম, অষ্টম, আৰু নৱম শ্ৰেণীৰ সংযোজন হ'ব।

Leaves craft 🌿🌿
24/12/2025

Leaves craft 🌿🌿

17/11/2025

বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলে আমাৰ সকলোৰে মৰমৰ, প্ৰাণৰ জুবিন গাৰ্গ দেৱৰ কেইটিমান গীতৰ কলি গাবলৈ চেষ্টা কৰিছে।।

17/11/2025

বিদ্যালয়ৰ অকণমানি সকলে পৰিৱেশন কৰা নৃত্য।

Address

Dhudar Ali
Jorhat
785636

Telephone

+916002328360

Website

Alerts

Be the first to know and let us send you an email when Dookmukali Adarsha Vidyapith posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category