31/07/2022
"ষষ্ঠ অসম ডিবেট ২০২২" ত বাহনা মহাবিদ্যালয় ক প্ৰতিনিধিত্ব কৰি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ সুদিপ্ত শইকীয়া ৰ বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় তেখেতক অভিনন্দন জনাইছোঁ।
তাং:২৮.৬.২০২২
29/05/2022
২৬/৫/২০২২:ধেমাজি মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ উদ্যোগত আৰু Internal Quality Assurance Cell(IQAC) ৰ সহযোগ ত সদৌ অসম ভিত্তিত আয়োজিত আন্ত:মহাবিদ্যালয়/বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাত বাহনা মহাবিদ্যালয় ক প্ৰতিনিধিত্ব কৰি মৃম্ময় বৰা আৰু সুদীপ্ত শইকীয়া ই শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়। মৃম্ময় বৰা দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক।
তৰ্কৰ বিষয় :
সদনৰ মতে," ৰাষ্ট্ৰীয় শিক্ষানীতি,২০২০ ৰ প্ৰেক্ষাপটত প্ৰযুক্তি নিৰ্ভৰ শিক্ষা ব্যৱস্থাই ভাৰতবৰ্ষৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাৰ গুণগত আৰু ফলপ্ৰসূ উত্তনৰণৰ একমাত্র পথ।"
15/05/2022
১৩.৫.২০২২ : জেংৰাইমুখ কলেজ , মাজুলী ত আয়োজিত আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা ত বাহনা মহাবিদ্যালয় ৰ মৃণ্ময় বৰাই শ্ৰেষ্ঠ তাৰ্কিক হিচাপে বিবেচিত হয়।
07/05/2022
৬.০৫.২০২২: শিৱসাগৰ জিলাৰ ডিমৌ লম্বোদৰ বৰগোহাঁই শংকৰদেৱ বিদ্যা নিকেতনৰ উদ্যোগত আৰু প্ৰয়াত ভূপেন বৰগোহাঁই পৰিয়ালৰ সহযোগত অনুস্থিত কৰা সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা ত বাহনা মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি সুদীপ্ত শইকীয়া দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক হিচাপে বিবেচিত।
24/04/2022
দ্বিতীয় শ্ৰেষ্ঠ দল
অসম ৰাজ্যিক NSUI ৰ উদ্যোগত আৰু নাজিৰা সমষ্টি NSUI ৰ সহযোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্রী হিতেশ্বৰ শইকীয়া সোঁৱৰণি "যুক্তিনিনাদ" শীৰ্ষক তৰ্ক প্ৰতিযোগিতাত বাহনা মহাবিদ্যালয়ৰ সূদীপ্ত শইকীয়া আৰু মৃন্ময় বৰা দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত।
তাং:২২.০৪.২০২২
08/02/2022
মহাবিদ্যালয় সপ্তাহ ২০২১-২২ ৰ তৰ্ক আৰু কুইজ প্ৰতিযোগিতা খনিত স্থান প্ৰাপ্ত সকলৰ নাম নিম্নোক্তধৰনৰ:
তৰ্ক প্ৰতিযোগিতাৰ স্থান প্ৰাপ্তসকলৰ নাম:
শ্ৰেষ্ঠ তাৰ্কিক: সুদিপ্ত শইকীয়া, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ
দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক:পাৰিজাত শইকীয়া, স্নাতক প্ৰথম সন্মাষিক(ইংৰাজী বিভাগ)
তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক: অংকিতা শৰ্মা, স্নাতক তৃতীয় সন্মাষিক (ৰাজনীতি বিজ্ঞান বিভাগ)
কুইজ প্ৰতিযোগিতা ৰ স্থান প্রাপ্ত সকল:
শ্ৰেষ্ঠ দল:
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ
১)শ্বাসতী শইকীয়া
২)হিমাশ্ৰী বৰা
৩)জহিৰুল ইছলাম
দ্বিতীয় শ্ৰেষ্ঠ দল:
ৰাজনীতি বিজ্ঞান বিভাগ
১)অংকিতা শৰ্মা
২)দেবাংগ বৰা
তৃতীয় শ্ৰেষ্ঠ দল:
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
১)অংকুৰ দত্ত
২)নিবিড় নিলাভ বৰা
৩)ঈশান জ্যোতি বৰা
সুদিপ্ত শইকীয়া
তৰ্ক সম্পাদক
তাং:১০.০১.২০২২
26/01/2022
২১.১১.২০২১ : পৰাগ কুমাৰ দাস সোঁৱৰণি সদৌ অসম ভিত্তিত আয়োজিত অন্তিম খন তৰ্ক প্ৰতিযোগিতাত বাহনা মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ সুদিপ্ত শইকীয়াই চতুৰ্থ শ্ৰেষ্ঠ তাৰ্কিক ৰ সন্মান অৰ্জন কৰে।
26/01/2022
১০.১.২০২২: সদৌ অসম ভিত্তিক লক্ষীমপুৰৰ ব্ৰিল্লীয়েন্ট একাডেমিত আয়োজিত তৰ্ক প্ৰতিযোগিতাত বাহনা মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি বাহনা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ সুদিপ্ত শইকীয়াই দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।