শৈশৱ-The NextGen SmartSchool Kenduguri

শৈশৱ-The NextGen SmartSchool Kenduguri SHOISHOB - The NextGen SmartSchool Kenduguri, Jorhat
Steps towards a fun way of learning👣 Our vision is to promote education as a vehicle of rural development.

শৈশৱ-The NextGen Smart School is the first digital preschool chain in assam with digitally mapped curriculum. Our mission is to make education accessible and affordable for all.

15/08/2026

Happy Independence Day to all ❤️🇮🇳
Jai Hind

Day 1 of our professional drawing classes! ✏️🎨 By Trailokya Baruah A new skill, a new creative journey, and plenty of ro...
14/08/2026

Day 1 of our professional drawing classes! ✏️🎨 By Trailokya Baruah
A new skill, a new creative journey, and plenty of room to learn, explore, and create. Here’s to many more strokes of creativity! 🎨🖍️🖌️

25/07/2026

উত্তৰ-পূব যোৰহাট উন্নয়ন মঞ্চৰ উদ্যোগত বৰ্নাত্য ৰাইজৰ বাবে #বস্ত্ৰ_বেংক

সন্মানীয় শুভাকাংক্ষীবৃন্দ। আপোনালোকৰ বহুমূলীয়া সহায় সহযোগৰ জৰিয়তে আমি বানপীড়িত ৰাইজৰ মাজত আৰ্তসাহায্য প্ৰদান কাৰ্যসূচী সফলভাৱে অব্যাহত ৰাখিছো। তাৰেই অংশৰূপে আমি এটি বস্ত্ৰ বেংক (Cloth bank) গঠন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। আপোনালোক সকলোৱেই অৱগত বানবিধ্বস্ত অঞ্চলসমূহৰ ৰাইজৰ সকলোবোৰ বয় বস্তু জাহ যোৱাৰ ফলত এতিয়া খাদ্য বস্তুৰ সমান্তৰালভাৱে পিন্ধা কাপোৰৰো যথেষ্ট পৰিমাণে নাটনি হৈছে। সেইবাবে কোনো সদাশয় ব্যক্তিয়ে এযোৰ নতুন কাপোৰ অথবা এবাৰ দুবাৰ ব্যৱহাৰ হোৱা ভাল কাপোৰ যদি ইচ্ছাকৃতভাৱে বৰ্নাত্য সকললৈ আগবঢ়াব বিচাৰে তেন্তে আমাৰ এই বস্ত্ৰ বেংকৰ জৰিয়তে আগবঢ়াব পাৰিব।আশাকৰোঁ বিপদৰ এই সময়ত আপোনালোক আৰ্তজনৰ কাষত থিয় হৈ এখন সহায়ৰ হাত আগবঢ়াব।

আপোনালোকে বস্ত্ৰ বেংকলৈ আগবঢ়াব পৰা সামগ্ৰীসমূহ-

১/ পুৰুষৰ বাবে ধূতি, গেঞ্জী, টি-চাৰ্ট, হাফপেণ্ট, আণ্ডাৰৱেৰ, গামোচা, টাৱেল ইত্যাদি
২/ মহিলাৰ বাবে চাদৰ মেখেলা, ব্লাউজ, পেটিকোট, চুৰিদাৰ, টি চাৰ্ট, অন্তৰ্বাস ইত্যাদি
৩/ কন কন শিশুৰ বস্ত্ৰ

যোগাযোগ কৰক-
98648 99540 (প্ৰকাশ দলে )
8134918540 (সমীৰ ৰঞ্জন শইকীয়া)

24/07/2026

"মানুহে মানুহৰ বাবে"......

বানৰ সংহাৰী ৰূপত এতিয়া চৌদিশে হাহাকাৰ পৰিৱেশ। অনাকাংক্ষিতভাৱে সৃষ্টি হোৱা প্ৰৱল বানে সমগ্ৰ উজনি অসমৰ লগতে যোৰহাট জিলাকো ব্যাপক ৰূপত ক্ষতিসাধন কৰিছে। বানৰ বিধ্বংসী ৰূপত বহু ৰাইজ এতিয়া অসহায় আৰু দিশহাৰা। ইতিমধ্যে আমি উত্তৰ পূব যোৰহাট উন্নয়ন মঞ্চৰ তৰফৰ পৰা বান বিধ্বস্ত অঞ্চলৰ ৰাইজক যথাসাধ্য সহায় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। সেই উপলক্ষে ৰাইজৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী, বয়-বস্তু, শিশু খাদ্য, পশুধনৰ খাদ্য আদি যোগাৰ কৰাৰ বাবে মঞ্চৰ তৰফৰ পৰা বাবে এটা সাহায্য পুঁজি গঠনৰ ব্যৱস্থা কৰা হৈছে।

সাম্প্ৰতিক পৰিস্থিতিত ভয়াবহ বানৰ আৰ্তজনৰ বাবে মুকলি কৰা এই সাহায্য পুঁজিলৈ সকলো শুভাকাংক্ষী তথা সদাশয় ৰাইজে সহায় সহযোগিতা আগবঢ়াব পাৰিব । আপোনালোকৰ এটি সহায়েই তেওঁলোকৰ বাবে সাহসলৈ পৰিণত হ'ব। সেয়েহে আহক, বিপদৰ এই সময়ত আমি বানপানীৰ কবলত পৰা ৰাইজৰ কাষত সাহস হৈ থিয় হওঁ।

বি.দ্ৰ.- স্কেনাৰৰ জৰিয়তে অনলাইন মাধ্যমেৰে অথবা মঞ্চৰ সম্পাদক সমীৰ ৰঞ্জন শইকীয়াৰ হাতত ইচ্ছুক ব্যক্তিসকলে বৰঙনি আগবঢ়াব পাৰিব। কোনোৱে ইচ্ছা কৰিলে সা-সামগ্ৰী অথবা খাদ্যবস্তুও সাহায্য পুঁজিলৈ আগবঢ়াব পাৰিব ।


13/07/2026

Everything is colourful at শৈশৱ-The NextGen SmartSchool Kenduguri !

Some delightful snaps from our Fruits Day Celebration, where learning was filled with colours, smiles, and healthy fun!
🍎🍌🍇

Colours and colours 🌈
07/07/2026

Colours and colours 🌈

Address

No 1 Bamun Gaon, Kenduguri
Jorhat
785001

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+916000490522

Alerts

Be the first to know and let us send you an email when শৈশৱ-The NextGen SmartSchool Kenduguri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to শৈশৱ-The NextGen SmartSchool Kenduguri:

Shortcuts

Share

Category