Shankardev Vidya Niketan Jorhat Garmur

Shankardev Vidya Niketan Jorhat Garmur Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Shankardev Vidya Niketan Jorhat Garmur, School, sankardev vidya niketan, Jorhat.

10/05/2026

নিকেতনৰ বাৰ্ষিক উৎসৱ "হেঁপাহৰ ভোগজৰা"ত আমাৰ ছাত্ৰী সকলে পৰিবেশন কৰা একলব্যৰ গুৰু দক্ষিণা নৃত্য।

নিকেতনৰ তৰফৰ পৰা শুভজিত দাসলৈ আন্তৰিক অভিনন্দন থাকিল।💐
01/05/2026

নিকেতনৰ তৰফৰ পৰা শুভজিত দাসলৈ আন্তৰিক অভিনন্দন থাকিল।💐

28/08/2025
26/12/2024
06/05/2024
18/02/2024

Students of our School performing 'ghosh' (band) in Assam Women University on occasion of Convocation ceremony in presence of the honourable Governor of Assam.

আজি নিকেতনৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিবস নিকেতনৰ প্ৰাংগনতে সীমিত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা ৯-০০ বজাৰ লগেলগে পৰিচালনা...
10/02/2024

আজি নিকেতনৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিবস নিকেতনৰ প্ৰাংগনতে সীমিত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা ৯-০০ বজাৰ লগেলগে পৰিচালনা সমিতিৰ সম্পাদক পুলিন হাজৰিকাই কৰা নিকেতনৰ পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। এই বৰ্ষত অযোধ্যাত পুনৰ প্ৰতিষ্ঠা হোৱা ৰাম মন্দিৰৰ আনন্দৰ লগত সঙ্গতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে ভগৱান ৰামচন্দ্ৰৰ জীৱনৰ বিভিন্ন দৃশ্য অংকন কৰা এখন চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। চিত্ৰ প্ৰদৰ্শনীখন এগছি বন্তি প্ৰজ্জ্বলনেৰে উদ্বোধন কৰে পৰিচালনা সমিতিৰ সদস্য ড: দেৱজিৎ ভট্টাচাৰ্যই। এই দুটা কাৰ্যক্ৰমৰ পিছতেই বৌদ্ধিক কক্ষত যোৰহাট সংকুলৰ সংকুল সংযোজক ড: নীলাঞ্জনা ভট্টাচাৰ্যই কৰা বন্তি প্ৰজ্জ্বলন আৰু ছাত্ৰ-ছাত্ৰীৰ বন্দনাৰে মূল সভা আৰম্ভ হয়। সভাত নিৰ্দিষ্ট বক্তা আৰু বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে সমগ্ৰ শিক্ষা অভিযানৰ যোৰহাট জিলাৰ আচনি বিষয়া পৰশ গোস্বামী আৰু অসম মহিলা আয়োগৰ সদস্যা বৰ্ণালী শইকীয়া বৰা। সভাত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গীত মাত পৰিবেশন কৰে। মূল সভাৰ অন্ত পৰাৰ লগে লগে দিনটোৰ আটাইতকৈ আকৰ্ষণীয় আৰু শেষৰ কাৰ্যসূচীটো আৰম্ভ হয় শিশু বাতিকা (অংকুৰ, মুকুল, প্ৰথম আৰু দ্বিতীয় শ্ৰেণী)ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা। কণকণ ছাত্ৰ-ছাত্ৰীসকলে ৰামায়ণৰ বিভিন্ন দৃশ্য ৰূপায়ন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

Address

Sankardev Vidya Niketan
Jorhat
785007

Opening Hours

Monday 7am - 7pm
Tuesday 7am - 7pm
Wednesday 7am - 7pm
Thursday 7am - 7pm
Friday 7am - 7pm
Saturday 7am - 7pm
Sunday 12am - 12am

Telephone

+919854082418

Alerts

Be the first to know and let us send you an email when Shankardev Vidya Niketan Jorhat Garmur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Shankardev Vidya Niketan Jorhat Garmur:

Shortcuts

Share

Category