Normal School Confessions.

Directions

Normal School Confessions. নৰ্মাল স্কুল(শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান) ৰ প্ৰাক্তন ও বৰ্তমানৰ প্রশিক্ষাৰ্থিৰ মনৰ ভাব প্ৰকাশৰ বাবে�

05/09/2026

গুৰুৰ্ব্ৰহ্মা গুৰুৰ্বিষ্ণুৰ্গुरुৰ্দেবো মহেশ্বৰঃ।গুৰুঃ সাক্ষাত্পৰং ব্ৰহ্ম তস্মৈ শ্ৰীগুৰৱে নমঃ॥

সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জনালো 🧿

16/08/2026

কাৰ কাৰ census ত পৰিছে আৰু অনুভৱ কেনেকুৱা???

আজি‌ ভাৰতীয় বায়ুসেনাৰ যোৰহাটত আকস্মিক ভাৱে স্ংঘতিত হোৱা দুৰ্ঘটনাৰ খবৰে সকলোৰে হৃদয়‌ জোঁকাৰি গৈছে ৷ বিমানখনত থকা দেশৰ ...
13/06/2026

আজি‌ ভাৰতীয় বায়ুসেনাৰ যোৰহাটত আকস্মিক ভাৱে স্ংঘতিত হোৱা দুৰ্ঘটনাৰ খবৰে সকলোৰে হৃদয়‌ জোঁকাৰি গৈছে ৷ বিমানখনত থকা দেশৰ পাঁচগৰাকী সাহসী বায়ুসেনা জোৱানৰ অকাল বিয়োগৰ খবৰটিয়ে গভীৰভাৱে মর্মাহত কৰি তুলিলে। মাতৃভূমিৰ সেৱাত আত্মনিয়োগ কৰি স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱট আৰু অগ্নিবীৰবায়ু ডেনিছ আলমে দেশৰ বাবে যি সৰ্বোচ্চ ত্যাগ আগবঢ়াই গ’ল, সেয়া ভাৰতবৰ্ষই চিৰদিন মনত ৰাখিব৷

এই অপূৰণীয় ক্ষতিৰ মুহূর্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁ‌লোকৰ বীৰত্বৰ গুন অসমৰ ইতিহাসৰ পাতত চিৰদিনৰ বাবে সুদিত হৈয় ৰব।

- বিকাশ দাস
(প্ৰাক্তন ছাত্ৰ -2020-২২ বৰ্ষ)
নৰ্মাল স্কুল, যোৰহাট

30/10/2025

নৰ্মাল ৰ বাকৰিৰ পৰা যি সকলে নতুনকৈ নিযুক্তি বাবে নিৰ্বাচিত হৈছে সকলো জনক বহুত শুভ কামনা জনালো.... 🎉👏💕 🎊

26/11/2022

সকলোকে নমস্কাৰ জনালোঁ🙏
এইখন চিৰনৰ্মালিয়ান সকলৰ বাবে মনৰ ভাৱ প্ৰকাশ কৰা এখন মঞ্চ।আমি প্ৰশিক্ষণ লোৱাৰ পাছত বিদ্যালয় খনৰ পৰা নিজৰ ব্যস্ততাৰ বাবে অলপ হলেও আঁতৰি আহো আৰু প্ৰশিক্ষণ লৈ থকাৰ সময়ত অনুজ সকলে অগ্ৰজ সকলক আৰু অগ্ৰজ সকলে অনুজ সকলক সেইহে আমি সকলোৱে নিজৰ মনৰ ভাব সমূহ , অভিজ্ঞতা সমূহ আৰু অনুজ অগ্ৰজ সকলোৰে মাজত চিনাকি তথা মনৰ ভাৱ /অনুভব সমূহ প্ৰকাশ কৰিবলৈ এই পেজ খন আৰম্ভ কৰিছো সকলোৱে আনুষ্ঠানিকতা বজাই ৰাখি নিজৰ কথা বাৰ্তা আৰু অনুভব সমূহ প্ৰকাশ কৰিবা বুলি আশা ৰাখিলোঁ 🙏

Address

Near Sadar Police Station
Jorhat
785001

Website

Alerts

Be the first to know and let us send you an email when Normal School Confessions. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category