Mohmora GOVT LPS

Mohmora GOVT LPS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mohmora GOVT LPS, Elementary School, Jonai.

1951 চনত স্থাপিত মহমৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়ে 75 বছৰ পূৰ্ণ  হোৱাৰ পাছত আজি ম্যাদি পট্টা লাভ কৰিবলৈ সক্ষম হৈছো। অসম চৰ...
27/02/2026

1951 চনত স্থাপিত মহমৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়ে 75 বছৰ পূৰ্ণ হোৱাৰ পাছত আজি ম্যাদি পট্টা লাভ কৰিবলৈ সক্ষম হৈছো। অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মিছন বসুন্ধৰা 3-ৰ এই সুন্দৰ পদক্ষেপে বহু পিছপৰা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দুখীয়া জনতাক উপকৃত কৰিছে।🙏🙏🙏

Best SMC/MG felicitation programme held at Dhemaji Town High School..🙏🙏
26/02/2026

Best SMC/MG felicitation programme held at Dhemaji Town High School..🙏🙏

অতি দুখেৰে সকলোকে জনাব বিচাৰো যে,যোৱা ৰাতি আমাৰ বিদ্যালয়খনৰ JJM অৰ পানী টেঙ্কিৰ দুডাল ৰড কোনোবা দুষ্ট  লোকে কাটি নিলে।এত...
10/02/2026

অতি দুখেৰে সকলোকে জনাব বিচাৰো যে,যোৱা ৰাতি আমাৰ বিদ্যালয়খনৰ JJM অৰ পানী টেঙ্কিৰ দুডাল ৰড কোনোবা দুষ্ট লোকে কাটি নিলে।এতিয়া পানীৰ টেংকি Stand দুৰ্বল হোৱাৰ সম্ভৱনা বেছি। বিষয়টো ইতিমধ্যেই SMC ক অৱগত কৰা হৈছে।
গতিকে গাঁওখনৰ সকলো ৰাইজে সজাগ হৈ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ সুৰক্ষিত কৰিব বুলি বিনম্ৰ অনুৰোধ কৰিছো। লগতে বিদ্যালয় ছুটীৰ পাছত কোনো ব্যক্তি বিনা অনুমতিত বিদ্যালয় চৌহদত প্ৰৱেশ নকৰে বা কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখে যেন।🙏🙏🙏

1951 চনতে স্থাপিত মহমৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ 75 বছৰ, হীৰক জয়ন্তী বৰ্ষ গৰকিবলে আৰু এমাহ বাকী আছে। আজি বিদ্যালয়খনৰ...
16/11/2025

1951 চনতে স্থাপিত মহমৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ 75 বছৰ, হীৰক জয়ন্তী বৰ্ষ গৰকিবলে আৰু এমাহ বাকী আছে। আজি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ -ছাত্ৰীৰ উপস্থিতিত এখনি ৰাজহুৱা সভাৰ জৰিয়তেই পূৰ্ণাগ কমিটি গঠন কৰে আৰু অতি সুন্দৰ ভাবে সভাখন অনুষ্ঠিত হৈ যায়।বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নত মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি সভাই 2026 বৰ্ষৰ অক্টোবৰ মাহত হীৰক জয়ন্তী উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

25/10/2025

আজি ছাত্ৰ -ছাত্ৰী সকলক শণিবৰীয়া চৰাৰ কাৰ্য্যসূচীত টেলিভিছনৰ জৰিয়তে সাধুকথা শুনালো 📺👍💻

13/10/2025

নৱ নিৰ্মিত ৰান্ধনীশালখনৰ শুভ উদ্বোধনী অনুষ্ঠানত মৰমৰ ছাত্ৰীসকলে সমূহীয়া গীত পৰিৱেশন ৰ এটি মূহুৰ্ত সাঁচি ৰাখিলো।

আজি মহমৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ নৱ- নিৰ্মিত ৰান্ধনীশালখনৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে ,জোনাই মহকুমাৰ প্ৰাথমিক ব...
13/10/2025

আজি মহমৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ নৱ- নিৰ্মিত ৰান্ধনীশালখনৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে ,জোনাই মহকুমাৰ প্ৰাথমিক বিদ্যালয়ৰ উপ- পৰিদৰ্শক মাননীয় অমৃত কোৱৰ ছাৰে।অনুষ্ঠানত অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় লীলাকান্ত টায়ে ছাৰ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য / সদস্যা আৰু অভিভাৱক সকল।

ইং 13/10/2025 তাৰিখ সোমবাৰে শুভ উদ্বোধন কৰিবলগীয়া মহমৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ নৱ নিৰ্মিত ৰান্ধনীশালখনৰ প্ৰতিছ্ববি...
11/10/2025

ইং 13/10/2025 তাৰিখ সোমবাৰে শুভ উদ্বোধন কৰিবলগীয়া মহমৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ নৱ নিৰ্মিত ৰান্ধনীশালখনৰ প্ৰতিছ্ববি ।🌺🌺

Address

Jonai
787060

Website

Alerts

Be the first to know and let us send you an email when Mohmora GOVT LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share