16/06/2026
যোৱা ৫জুন বিশ্ব পৰিৱেশ। দিৱসৰ উপলক্ষে জ’নাই বালিকা মহাবিদ্যলয়ৰ গ্ৰীণ ক্লাব আৰু NSS Unitৰ সহযোগত তথা অন্যতম প্ৰকৃতি সংগঠন টিম গ্ৰীণ NGOৰ উদ্যোগত ছাত্ৰছাত্ৰী মাজত পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণত আমাৰ কৰণীয়, দায়িত্ব প্ৰতি সজাগ কৰাৰ উদ্দেশৰে আন্তবিদ্যালয় চিত্ৰাংকন আৰু বতৃক্তা অনুষ্ঠানৰ আয়োজন কৰা হয়৷