Depi Janajati ME School, চিকাৰী গাঁও,জোনাই,অসম।

  • Home
  • India
  • Jonai
  • Depi Janajati ME School, চিকাৰী গাঁও,জোনাই,অসম।

Depi Janajati ME School, চিকাৰী গাঁও,জোনাই,অসম। জ্ঞানেই শক্তি

 Free Textbooks distribution among new comers (class _6)Wish you all the best ❤️
01/04/2026


Free Textbooks distribution among new comers (class _6)
Wish you all the best ❤️

শ্ৰদ্ধাৰ  #শ্ৰীযুত_ৰবিনাথ_মেদক ছাৰে  পেঞ্চনৰ যাৱতীয় নথি - পত্ৰ সমূহ‌ ধেমাজি জিলা সমগ্ৰ শিক্ষা কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰে...
07/03/2026

শ্ৰদ্ধাৰ #শ্ৰীযুত_ৰবিনাথ_মেদক ছাৰে পেঞ্চনৰ যাৱতীয় নথি - পত্ৰ সমূহ‌ ধেমাজি জিলা সমগ্ৰ শিক্ষা কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰে।

কালি আমাৰ বিদ্যালয়ত  "প্ৰজ্ঞান প্ৰতিভা সন্ধানী _২০২৬ " পৰীক্ষা অনুষ্ঠিত কৰা হয়। অঞ্চলটোৰ বহু সংখ্যক ছাত্ৰ - ছাত্ৰীৰ অং...
02/03/2026

কালি আমাৰ বিদ্যালয়ত "প্ৰজ্ঞান প্ৰতিভা সন্ধানী _২০২৬ " পৰীক্ষা অনুষ্ঠিত কৰা হয়। অঞ্চলটোৰ বহু সংখ্যক ছাত্ৰ - ছাত্ৰীৰ অংশগ্ৰহণ।

28/02/2026
আমি সকলোৱে একেলগে ♥️
28/02/2026

আমি সকলোৱে একেলগে ♥️

বিদ্যালয় পৰিয়ালৰ কৃতজ্ঞতা  #শ্ৰদ্ধাৰ_মেদক_ছাৰ লৈ।
28/02/2026

বিদ্যালয় পৰিয়ালৰ কৃতজ্ঞতা #শ্ৰদ্ধাৰ_মেদক_ছাৰ লৈ।

জেষ্ঠ শিক্ষক  #শ্ৰীযুত_ৰবিনাথ_মেদক_ছাৰৰ অৱসৰৰ আজিৰ দিনটোত সকলোৱে একেলগে প্ৰীতি-ভোজত।
28/02/2026

জেষ্ঠ শিক্ষক #শ্ৰীযুত_ৰবিনাথ_মেদক_ছাৰৰ অৱসৰৰ আজিৰ দিনটোত সকলোৱে একেলগে প্ৰীতি-ভোজত।

মেদক ছাৰৰ সৈতে।
28/02/2026

মেদক ছাৰৰ সৈতে।

জোনাই জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন ♥️
28/02/2026

জোনাই জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন ♥️

Address

Jonai

Telephone

+919101348914

Website

Alerts

Be the first to know and let us send you an email when Depi Janajati ME School, চিকাৰী গাঁও,জোনাই,অসম। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Depi Janajati ME School, চিকাৰী গাঁও,জোনাই,অসম।:

Shortcuts

Share