শিশুৰ মনৰ বৰ্ণিল অনুভূতি..
Paschim Guwahati Jatiya Vidyalaya
অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠিত
Some Famous monuments ..
At school....
ADMISSION OPEN FOR 2025-26
AT PASCHIM GUWAHATI JATIYA VIDYALAYA
Saraswati Puja at Paschim Guwahati Jatiya vidyalaya -2025
যোৱা ৩১-০১-২৫ জানুৱাৰী, শুক্ৰবাৰে পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয় প্ৰাংগনত বিদ্যালয় ছাত্ৰী প্ৰয়াত জিজ্ঞাসা বেজবৰুৱাৰ মাহী ভূমিকা বেজ আৰু মামা ভাস্কৰ প্ৰতীম বেজবৰুৱা তথা পৰিয়ালবৰ্গৰ উদ্যোগত জিজ্ঞাসা বেজবৰুৱা সোঁৱৰণী সাধুকথা কোৱা এখনি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।
অনুষ্ঠানটিত উদ্ধোধক হিচাপে উপস্থিত থকা লেখিকা তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা হিৰণময়ী বৰুৱাই সাধুকথা কোৱা আৰু শুনাৰ পৰা শিশুসকলৰ কি দৰে শব্দ আৰু ভাষাৰ জ্ঞান বৃদ্ধি হয় সেই বিষয়ে এক সুন্দৰ বক্তব্য ডাঙি ধৰে।
অনুষ্ঠানটিত বিচাৰকৰ আসন শুৱনি কৰে লেখিকা ৰক্তিমা ডেকা বৰুৱা, শিক্ষয়িত্ৰী দূৰ্গাময়ী বৰগোহাঁই ।অনুষ্ঠানটিত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ কিছু অংশ ফেচবুকত সাঁচি ৰাখিলোঁ...
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Pandu Sadilapur
Jalukbari
781012