Axomiya_Pathshala

Axomiya_Pathshala Hello friends,
We have created the channel for Educational purposes . We provide detailed chapter explaination in Assamese .

NCERT exercise questions, important questions, latest updates etc....... Of

27/06/2022

পৃথিৱীৰ ভিতৰত No.1 চাপৰ ছোৱালী | The World's Shortest Woman- Jyoti Amge

30/04/2022

এই Viral ব্যক্তিজন কোন 🤔 | Top Internet Sensation | The story of Yao Ming in Assamese |

সকলোলৈকে পবিত্র ফাকুৱাৰ হিয়াভৰা শুভকামনা জনালোঁ।ফাকুৱাৰ ৰঙবোৰৰ দৰেই যেন সকলোৰে জীৱনটো ৰঙীন হৈ উঠে, সকলো অসূয়া-অপ্ৰীতি ...
19/03/2022

সকলোলৈকে পবিত্র ফাকুৱাৰ হিয়াভৰা শুভকামনা জনালোঁ।ফাকুৱাৰ ৰঙবোৰৰ দৰেই যেন সকলোৰে জীৱনটো ৰঙীন হৈ উঠে, সকলো অসূয়া-অপ্ৰীতি যেন আঁতৰি যায়, তাৰেই কামনা কৰিলোঁ।

21/02/2022

পৃথিৱীৰ বিষয়ে ৫ টা Amazing Facts | 5 Amazing Facts About Earth | Earth Facts In Assamese |

২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী।
19/01/2022

২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী।

ৰূপেৰে সজাই তুলি অসমীয়া শিল্প কলা সংস্কৃতিক চহকী কৰি থৈ যোৱা তিনিও কালৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আজিৰ এ...
17/01/2022

ৰূপেৰে সজাই তুলি অসমীয়া শিল্প কলা সংস্কৃতিক চহকী কৰি থৈ যোৱা তিনিও কালৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আজিৰ এই পবিত্ৰ দিনটো অতি শ্ৰদ্ধাৰে সুঁৱৰিচো।
🙏🙏🙏🙏

এদিন শিক্ষক ক্লাছত সোমাই আহিল আৰু বোর্ডত লিখিলে-৯ x ১ = ৭৯ x ২ = ১৮৯ x ৩ = ২৭৯ x ৪ = ৩৬৯ x ৫ = ৪৫৯ x ৬ = ৫৪৯ x ৭ = ৬৩৯ x...
15/01/2022

এদিন শিক্ষক ক্লাছত সোমাই আহিল আৰু বোর্ডত লিখিলে-

৯ x ১ = ৭
৯ x ২ = ১৮
৯ x ৩ = ২৭
৯ x ৪ = ৩৬
৯ x ৫ = ৪৫
৯ x ৬ = ৫৪
৯ x ৭ = ৬৩
৯ x ৮ = ৭২
৯ x ৯ = ৮১
৯ x ১০ = ৯০

লিখা শেষ কৰি তেওঁ ছাত্র ছাত্রী সকলৰ পিনে চালে,
দেখিলে সকলোৱে মিচিক মিচিক হাঁহিছে।
তেওঁ কলে, "মই জানো তোমালোকে কিয় হাঁহিছা, মই নেওতাৰ প্রথম লাইন ভুল লিখিছোঁ। মই প্রথম লাইন ভুল লিখিছোঁ তোমালোকক এটা গুৰুত্বপূর্ণ বিষয় শিকোৱাৰ কাৰণে।”
ছাত্র ছাত্রী সকলে আগ্রহেৰে কথাবোৰ শুনি আছিলে । শিক্ষক আকৌ কোৱা আৰম্ভ কৰিলে ..
“চোৱা, মই নটা লাইন সঠিক লিখিছোঁ। এই কাৰণে তোমালোকে মোক প্রশংসা কৰা নাই বা ধন্যবাদও দিয়া নাই।
অথচ এটা লাইন ভুল লিখিছোঁ বুলি হাঁহিছা, সমালোচনা কৰিছাঁ।”
এইটোৱেই পৃথিৱীৰ নিয়ম, এইটোৱেই বাস্তৱতা।
তুমি হাজাৰটা ভাল কাম কৰা কোনেও তোমাৰ প্রশংসা নকৰিব, এটা সামান্য ভুল কৰি দেখা গোটেই পৃথিৱী মাইক লৈ নামি পৰিব তোমাৰ সমালোচনা কৰিবলৈ।
(সংগ্ৰহ)

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই...
13/01/2022

ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে!
❤️🙏💖

03/01/2022

বিজ্ঞানৰ (Science) এইতো fact বহুতেই আচৰিত | Amazing Facts about Science | Science Fact in Assamese |

02/01/2022

বিজ্ঞানৰ ৫ টা Amazing Facts | 5 Amazing Facts about Science | Science Facts in Assamese |

Address

Jakhalabandha
782136

Alerts

Be the first to know and let us send you an email when Axomiya_Pathshala posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category