06/04/2025
*Free Demo Class on* *ABACUS*
বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সন্মানীয় বিনীতা ডেকা বাইদেউৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি তেখেতৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক Abacus ৰ কৌশল পদ্ধতিৰ বিষয়ে কিছু আভাস দিয়া হয়। ছাত্ৰ-ছাত্ৰী সকলেও এবাকাচৰ বিষয়ে জানিবলৈ পাই অতিকৈ আনন্দিত হৈছিল।Abacus ৰ লগতে কিছু Brain Gym Exercise আৰু অংকৰ যাদু প্ৰদৰ্শন কৰা হয়। শিশু সকলক এনেদৰে আগবঢ়াই নিবলৈ পাৰিলে খুবেই ভাল লাগিব। শিশু সকলক সুস্থ জ্ঞানেৰে পুষ্ট কৰি তুলিবলৈ CLP Abacus জাগীৰোড কেন্দ্ৰক এই সুবিধা কণ দিয়াৰ বাবে বিনীতা বাইদেউক অশেষ ধন্যবাদ জনাইছোঁ।
যদি আপুনি আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলকো Abacus ৰ সৈতে পৰিচয় কৰাব বিচাৰে তেন্তে আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব। যোগাযোগৰ নং-৯১০১৮-৭৫২৯৯ ।