Jamia Islamia Barbala, Barpeta.Assam

Jamia Islamia Barbala, Barpeta.Assam #জামিয়া_ইছলামীয়া_বৰবালা
জিলা : বৰপেটা

18/05/2026
আলহামদুলিল্লাহ! এক গৌৰৱোজ্জ্বল আৰু আশীৰ্বাদপুষ্ট মুহূৰ্ত। আজি জামিয়া ইছলামীয়াৰ দুজন ছাত্ৰৰ হাতত পৱিত্ৰ কোৰআন কাৰীম তুলি ...
30/04/2026

আলহামদুলিল্লাহ! এক গৌৰৱোজ্জ্বল আৰু আশীৰ্বাদপুষ্ট মুহূৰ্ত।

আজি জামিয়া ইছলামীয়াৰ দুজন ছাত্ৰৰ হাতত পৱিত্ৰ কোৰআন কাৰীম তুলি দি তেওঁলোকৰ নতুন ছবকৰ শুভাৰম্ভ কৰে শ্ৰদ্ধেয় মুফতী আমিনুল ইছলাম ছাহাবে।
আল্লাহ তালাই এই কণ-কণ ছাত্ৰ দুজনক কোৰআনৰ পোহৰেৰে আলোকিত কৰক আৰু তেওঁলোকক দ্বীনৰ এজন প্ৰকৃত খাদেম হিচাপে গঢ়ি তোলক। লগতে আমাৰ জামিয়াৰ এই যাত্ৰা অধিক ফলপ্ৰসূ কৰক। আমীন। Jamia Islamia Barbala, Barpeta.Assam

20/04/2026

জামিয়া ইছলামিয়া বৰবালা: পোহৰৰ এক নতুন দিগন্ত
Jamia Islamia Barbala, Barpeta.Assam Eamin Alam Mamom E. Alam Mamon

20/04/2026

জামিয়া ইছলামিয়া বৰবালা: পোহৰৰ এক নতুন দিগন্ত

02/04/2026

ইয়াত ছাত্ৰ-সকলক দ্বিনীয়াত শিক্ষা আৰু কোৰআন হিফজ দুয়োটাই শৃংখলা, পৰিচ্ছন্নতা আৰু আনন্দৰ সৈতে শিক্ষা দিয়া হয়—যাৰ জৰিয়তে তেওঁলোকৰ এক সুন্দৰ আৰু আলোকিত জীৱন গঢ়ি তোলা হয়।
— Jamia Islamia Barbala (Hifz & Deeniyat Madrassa)
District Barpeta, Assam
📞 Contact: 7002434326

JAMIA ISLAMIA BARBALA Dist. Barpeta, Assam, 781316 ^ADMISSION OPEN 2026-27উপলব্ধ বিভাগ সমূহঃ হিফজ, নাজেৰা, দ্বীনিয়াত + আ...
02/04/2026

JAMIA ISLAMIA BARBALA Dist. Barpeta, Assam, 781316 ^ADMISSION OPEN 2026-27
উপলব্ধ বিভাগ সমূহঃ হিফজ, নাজেৰা, দ্বীনিয়াত + আধুনিক শিক্ষা
ভর্তি সম্পর্কীয় অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰক।
+91 7002434326 +91 6002821561

Address

BARBALA Bajar
Howli
781316

Website

Alerts

Be the first to know and let us send you an email when Jamia Islamia Barbala, Barpeta.Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category