Adarsha Jatiya Vidyalaya, Hazipara

Adarsha Jatiya Vidyalaya, Hazipara This is Adarsha Jatiya Vidyalaya, Hazipara. Here you can read class from Ankur to 10th.

11/04/2026
01/01/2026

সকলোলৈ ইংৰাজী নৱবৰ্ষ ২০২৬ ৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।
সকলোৰে জীৱনলৈ নৱবৰ্ষ টোৱে সুখ, শান্তি আৰু আশাৰ বতৰা কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ।
Wish you a very happy new year
2026.

27/12/2025

Student of Adarsha Jatiya Vidyalaya, Hazipara
Name : Mirjuma khatun
Class III (Three)
Singing quality: Good

26/12/2025

আমাৰ বিদ্যালয়ৰ ১৮ তম বাৰ্ষিক সন্মিলন ও বঁটা বিতৰণী অনুষ্ঠানত
ছাত্ৰ - ছাত্ৰীৰ ফেশ্বন শ্বো

24/12/2025

আমাৰ বিদ্যালয়ত ছাত্ৰ - ছাত্ৰীৰ মাজত লুকাই থকা প্ৰতিভা,

23/12/2025

সমৱেত সংগীত পৰিৱেশন

23/12/2025

আদৰ্শ জাতীয় বিদ্যালয়, হাজীপাৰা ১৮ তম বাৰ্ষিক সন্মিলন ও বঁটা বিতৰণী সভাৰ শেষৰ দিনা অৰ্থাৎ ২১-১২-২০২৫ তাৰিখে ৰাতিপোৱা ৯ বজাত আমাৰ বিদ্যালয়ৰ পৰা এখন শোভাযাত্ৰা আৰম্ভ হয়।
উক্ত শোভযাত্ৰাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী, অভিভাৱক - অভিভাবিকা,শিক্ষক - শিক্ষয়িত্ৰীৰ লগতে অধ্যক্ষ মহোদয়া আৰু সঞ্চালক মহোদয় ও উপস্থিত থাকে।

22/12/2025

আদৰ্শ জাতীয় বিদ্যালয়, হাজীপাৰা ৰ
১৮ তম্ বাৰ্ষিক সন্মিলন ও বঁটা বিতৰণী সভাৰ অন্তিম দিনত আমি আমন্ত্ৰণ কৰি অনা শিল্পী ৰয় (গায়িকা)
আমাৰ মাজত উপস্থিত থাকি সুন্দৰ ভাৱে সঙ্গীত পৰিৱেশন কৰে।
AJVH

20/12/2025

Group Dance ( Tumi mor Priyotoma)

Address

Hazipara, Howly
Howli
781316

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 12:04pm
Saturday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Adarsha Jatiya Vidyalaya, Hazipara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category