New Generation Student Organisation

New Generation Student Organisation President, NGSO _generation towards a new✌✊

Join us here to see the society with new vision & oppurtinities to be said as new generation in real & true sense ._generation towards a new...Let's head to the ultimatum of us for the greater wellness of our society leading to a new journey. NEW GENERATION STUDENT ORGANISATION,Estd.02/01/2016 We are here for the need,to stand with the society,for the youth so called the new generation.We are h

ere not to fight with anyone but the very common issue injustice and currupted system.We the generation so called the future of the nation will together fight it back.So people,youth brothers&sister can be a part of our mission so called "New generation student organisation".Simply visit our page & do inbox or post your queries here.Give us ideas to get improved with something new...so can be titled in real sense as *NewGeneration* ✌ And let us not forget to take the responsibilities with burdens and risks as well.We are also to give our best of best to be prepared ourselves as a human resource and worth part of our society.We the members will see the society in something new vision & let others see with making Oppurtinities. Do something really new with not coming beyond our society & its precious morals.We exist and will hope to exist always as like as today and create some new differences than earlier.

Eid Mubarak to Everyone. Best wishes to the people of Assam. It's the day of joy and sacrifice. Let's celebrate the orde...
31/07/2020

Eid Mubarak to Everyone. Best wishes to the people of Assam. It's the day of joy and sacrifice. Let's celebrate the order of Almighty Allah and also follow the guidelines of government. Don't forget to sanitize your hand and wearing mask.

09/07/2020






25/05/2020

☪️ Eid Mubarak☪️ ঈদ মোবাৰক☪️
============================
জাতি-ধৰ্ম বৰ্ণ-ভাষা নিৰ্বিশেষে সমূহ সমূহ অসমবাসীলৈ আমি নৱ প্ৰজন্ম ছাত্ৰ সংঘৰ তৰফৰ পৰা পৱিত্ৰ ঈদ-উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। এই পৱিত্ৰ ঈদে কঢ়িয়াই আনক ভাতৃত্ববোধ আৰু বিশ্বব্যাপী কৰোনাৰ সন্ত্ৰাসৰ পৰা অতি সোনকালে পৃথিৱী খন সুস্থ হৈ উঠক তাৰে কামনা কৰিছোঁ।

এই ঈদৰ নামাজ ঘৰতেই আদায় কৰক।চৰকাৰী নীতি নিৰ্দেশনা মানি চলক। সামাজিক দূৰত্ব বজাই ৰাখক, সুৰক্ষিত থাকক।
ধন্যবাদেৰে
New generation students organization


 সম্প্ৰতি সমগ্ৰ দেশজুৰি এক প্ৰাকৃতিক দুৰ্যোগৰ পৰিস্থিতত নিউ জেনেৰেশ্বন ষ্টুডেন্টছ অৰ্গেনাইজেশ্বনৰ উদ্যোগত পূব হাতীজানা, ...
12/04/2020



সম্প্ৰতি সমগ্ৰ দেশজুৰি এক প্ৰাকৃতিক দুৰ্যোগৰ পৰিস্থিতত নিউ জেনেৰেশ্বন ষ্টুডেন্টছ অৰ্গেনাইজেশ্বনৰ উদ্যোগত পূব হাতীজানা, পূব যশীহাটী পাৰা আৰু পশ্চিম বগাইজান পাৰা গাঁওৰ স্থানীয় অঞ্চলৰ অতিকৈ অভাৱগ্ৰস্থ পৰিয়ালবৰ্গলৈ আমাৰ NGSOৰ তৰফৰ পৰা সামাজিক দায়বদ্ধতাৰ অংশস্বৰূপে ঘৰে ঘৰে গৈ কিঞ্চিত খাদ্য সাহায্য আগবঢ়ালো।
এই ক্ষেত্ৰত আমালৈ আৰ্থিক ভাৱে সহায়ৰ হাত আগবঢ়োৱা সদৌটিলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।

13/02/2019

Genuine success comes only to those who are ready for it. So give your best to get the best. We the NGSO wish best of luck to all the aspirants of HSLC/AHM-19

Regards
President
New generation students organization

News of our program published yesterday
17/11/2018

News of our program published yesterday

  নিউ জেনেৰেচন ষ্টুডেন্টছ অৰ্গেনাইজেচনৰ উদ্যোগত শিশু সকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰি দিনজোৰা কাৰ্যসূচীৰে শ...
15/11/2018




নিউ জেনেৰেচন ষ্টুডেন্টছ অৰ্গেনাইজেচনৰ উদ্যোগত শিশু সকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰি দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়।। শিশু দিৱসৰ লগত সংগতি ৰাখি শিশু শ্ৰমিকৰ ভয়াবহ পৰিনাম আৰু ইয়াৰ প্ৰতিকাৰৰ প্ৰতি ৰাইজৰ সচেতন দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে NGSO ৰ সভাপতি ছানোৱাৰ হুছেইনৰ পৌৰাহিত্যত no more child labour শীৰ্ষক এখনি আলোচনা চক্ৰৰ আয়োজন কৰা হয়। বৰপেটা চাইল্ডলাইনৰ সঞ্চালক আব্দুল মালিক চাহাবৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰে ভাৱানীপুৰ আঞ্চলিক কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তাইজুদ্দিন অহমেদ, বৰপেটা চাইল্ডলাইনৰ সমন্বয়ক ৰফিকুল ইছলাম, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, হাউলীৰ সক্ৰিয় যুৱ সমাজকৰ্মী জিয়াৰুল হক।

  #শিশু_শ্ৰমিক বৰ্তমান সমাজৰ এক মাৰাত্মক ব্যাধি ৰূপে পৰিগণিত হৈছে। শিক্ষাৰ অধিকাৰ আইন ২০০৯(RTE-2009)ৰ মতে প্ৰতিজন শিশুৰ ...
02/11/2018



#শিশু_শ্ৰমিক বৰ্তমান সমাজৰ এক মাৰাত্মক ব্যাধি ৰূপে পৰিগণিত হৈছে। শিক্ষাৰ অধিকাৰ আইন ২০০৯(RTE-2009)ৰ মতে প্ৰতিজন শিশুৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হৈছে যদিও বৰ্তমানেও অলেখ শিশুৱে বিভিন্ন কাৰণত প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত হৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, কল- কাৰখানা, উদ্যোগ আদিত শ্ৰমিক হিচাপে কাম কৰা দেখা যায়।
সেয়েহে এনে দৰিদ্ৰ শিশুসকলক শ্ৰমিক হিচাপে কাম কৰোৱা পুঁজিপতি, ব্যৱসায়ী, উদ্যোগপতি আদিৰ বিৰুদ্ধে ৰাইজক সজাগ আৰু চৰকাৰৰ সু দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষুদ্ৰ প্ৰয়াসেৰে অহা ১৪ নৱেম্বৰ (বুধবাৰ) তাৰিখে নৱ প্ৰজন্ম ছাত্ৰ সংঘ(NGSO)ৰ উদ্যোগত শীৰ্ষক এখনি আলোচনা চক্ৰৰ লগতে ১৫ বছৰৰ তলৰ শিশু সকলৰ বাবে #চিত্ৰাংকণ, #কুইজ আৰু শিশু দিৱসৰ বিষয়ে #বক্তৃতা প্ৰতিযোগিতাৰ আয়োজনৰ যো-জা চলোৱা হৈছে।
গতিকে উক্ত কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি ্ৰজন্ম_ছাত্ৰ_সংঘৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ।

RIP_ATAL_JI
17/08/2018

RIP_ATAL_JI

17/02/2017

জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীক আমি নৱ প্ৰজন্ম ছাত্ৰ সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন লগতে শুভ কামনা জনাইছোঁ।

22/12/2016

ৰাইজ সজাগ হবৰ হল ।এতিয়া আৰু চৰকাৰৰ এনে বৰ্বৰতা সহ্য কৰাৰ সময় নাই সকলোৱে নিজৰ নিজৰ ব্যক্তি স্বাৰ্থ বাদ দি জাতীয় স্বাৰ্থৰ হকে একগোট হওঁক। এইয়া কেৱল চিপাঝাৰ বা কাজিৰঙা বাসীৰ বিৰুদ্ধে নহয় এইয়া সমগ্ৰ মুছলমান সমাজৰ বিৰুদ্ধে চৰকাৰৰ পৰিকল্পিত ষড়যন্ত্ৰ। যদিহে তেওঁলোকে সচাকৈ বাংলাদেশী তেনেহলে চৰকাৰে কিয় গ্ৰেপ্তাৰ নকৰে ?? ইয়াৰ উত্তৰ হয়তো বৰ্তমান অসমৰ প্ৰতিজন মানুহৰে জ্ঞাত যদিও গোপন যাক ইংৰাজীত কোৱা হয় open secret.

Address

Howli
781316

Telephone

+918751814862

Website

Alerts

Be the first to know and let us send you an email when New Generation Student Organisation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share