29/12/2023
অহা ৭ জানুৱাৰীত Howly National Science Academy য়ে অনুষ্ঠিত কৰিব HSLC Mastery TEST 2024.
এই MOCK TEST HSLC ৰ বিশেষজ্ঞৰ দ্বাৰা নিৰ্ধাৰিত প্ৰশ্নকাকতৰ আধাৰত হব। গতিকে ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ আগতে নিজকে পৰীক্ষা কৰাৰ এক সুযোগ পাব এই MOCK TEST ৰ জৰিয়তে। লগতে ১০০০০ টকালৈলে উপহাৰ (cash prize ) আৰু ৫ লাখ টকা (inr 5 lakh rupees ) স্ক'লাৰশ্বিপ জিকাৰ সুযোগ লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে।
For free Registration WhatsApp student’s name and school name to 8099375516 or click in the link: https://forms.gle/JgBraVM2KGdn3gtN8