ITI HOWLY

Call Directions Contact the school

ITI HOWLY Affiliated to SCVT , Govt. of Asssm

"May the pride of our Nation's Freedom shine in your heart forever. Happy Independence day 2026"
15/08/2026

"May the pride of our Nation's Freedom shine in your heart forever. Happy Independence day 2026"

The online admission process for ITIs is underway so interested candidates can apply through the above mentioned website...
02/06/2026

The online admission process for ITIs is underway so interested candidates can apply through the above mentioned website. For more information, please contact +918471907911 / +91 69013 12230 or visit our office Ideal Technical Institute (Pvt) Howly

13/05/2026
28/04/2026

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

10/04/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা সমূহ পৰীক্ষাৰ্থীলৈ হিয়াভৰা শুভেচ্ছা জনালোঁ।

09/02/2026

উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষাৰ্থী লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হ'ল।
ITI HOWLY

আমাৰ আইডিয়েল টেকনিকেল ইনষ্টিটিউট (ITI) হাউলীৰ পৰা উত্তীৰ্ণ হোৱা প্ৰশিক্ষাৰ্থী ক্ৰমে  #ইলিয়াছ ৰহমান আৰু  #শফিকুল ইছলামে...
15/10/2025

আমাৰ আইডিয়েল টেকনিকেল ইনষ্টিটিউট (ITI) হাউলীৰ পৰা উত্তীৰ্ণ হোৱা প্ৰশিক্ষাৰ্থী ক্ৰমে #ইলিয়াছ ৰহমান আৰু #শফিকুল ইছলামে সদ্য ঘোষিত পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । আমি গৌৰবাম্বিত আৰু নথৈ আনন্দিত হৈছোঁ । দুয়োকে আন্তৰিক শুভেচ্ছাৰ লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।

আজি আমাৰ ITI হাউলী ত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ লগতে নৱাগত আদৰণি সভা বিশেষ কাৰ্য সূচীৰে অনুষ্ঠিত হোৱাৰ কিছু আলোকচিত্ৰ।
17/09/2025

আজি আমাৰ ITI হাউলী ত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ লগতে নৱাগত আদৰণি সভা বিশেষ কাৰ্য সূচীৰে অনুষ্ঠিত হোৱাৰ কিছু আলোকচিত্ৰ।

Today Our ITI , Howly Celebrated Teachers day with great pomp .
05/09/2025

Today Our ITI , Howly Celebrated Teachers day with great pomp .

আজি আইডিয়েল টেকনিকেল ইনষ্টিটিউট, হাউলি (ITI) ত ৭৯ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়।
15/08/2025

আজি আইডিয়েল টেকনিকেল ইনষ্টিটিউট, হাউলি (ITI) ত ৭৯ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়।

Address

B. B Complex, Howly Town, Ward No. 5
Howli
781316

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+918471907911

Website

Alerts

Be the first to know and let us send you an email when ITI HOWLY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ITI HOWLY:

Share

Category