Jamia Academy, Howly

Call Directions Contact the school

Jamia Academy, Howly আধুনিক আৰু দ্বিনী শিক্ষা দানৰ প্ৰতিশ্ৰুতিৰে...

আজি অসম ৰাজ‍্য বৰপেটা জিলাৰ  , হাউলীত অনুষ্ঠিত 'ONE DAY CAREER TRAINER'S TRAINING WORKSHOP'-ত বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰধান...
13/09/2026

আজি অসম ৰাজ‍্য বৰপেটা জিলাৰ , হাউলীত অনুষ্ঠিত 'ONE DAY CAREER TRAINER'S TRAINING WORKSHOP'-ত বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰধান তথা প্ৰতিনিধিসকলৰ লগতে জামিয়া একাডেমীৰ অধ্যক্ষ মহোদয়ো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি প্ৰশিক্ষণৰ প্ৰমাণ-পত্ৰ তথা দক্ষতা সনদ লাভ কৰে। আগন্তুক দিনবোৰৰ বাবে সকলোৰে দোয়া প্ৰত্যাশী। 🤲

05/09/2026

15/08/2026

23/05/2026
*প্ৰথম বাৰ্ষিক তাৰাবি আৰু ইমামক সন্মাননা*🌙——————————————জামিয়া একাডেমী আৰু জামিয়া ছালিহাত কেম্পাচ মছজিদত এইবাৰ প্ৰথম বাৰ...
16/03/2026

*প্ৰথম বাৰ্ষিক তাৰাবি আৰু ইমামক সন্মাননা*🌙
——————————————
জামিয়া একাডেমী আৰু জামিয়া ছালিহাত কেম্পাচ মছজিদত এইবাৰ প্ৰথম বাৰ্ষিক তৰাবিৰ জামাত সুকলমে সম্পন্ন হৈছে। আজি পবিত্ৰ লাইলাতুল কদৰৰ সম্ভাৱ্য নিশাত আমাৰ ছাত্ৰ তথা তৰাবি ইমাম ফজলুৰ ৰহমানক টুপী, পাঞ্জাবী, গামোচা আৰু সামান্য টকা হাদিয়াৰে সন্মান জনোৱা হয়। 🕌
নিজ প্ৰতিষ্ঠানৰ ছাত্ৰৰ ইমামতিতেই তৰাবি সম্পন্ন হোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয়। এই জামাতত আমাৰ স্থানীয় আই-মাতৃ আৰু ভগ্নীসকলৰ অংশগ্ৰহণ আছিল বিশেষভাৱে প্ৰশংসনীয়। 🌸
শেষত, উপস্থিত সকলোৱে মিলি ফজলুৰ ৰহমানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আল্লাহৰ ওচৰত দোৱা মাগিলোঁ। 🤲

বিনীত,
মুজাহিদুল ইছলাম, অধ্যক্ষ
জামিয়া ছালিহাত আৰু জামিয়া একাডেমী, হাউলী।

Educational Tour 2026
09/01/2026

Educational Tour 2026

"জমিয়া একাডেমিত অনুষ্ঠিত 'শিশু দিৱস' উদযাপনৰ কিছু মুহূৰ্ত। আজি আমাৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলে একেলগে এই দি...
14/11/2025

"জমিয়া একাডেমিত অনুষ্ঠিত 'শিশু দিৱস' উদযাপনৰ কিছু মুহূৰ্ত।
আজি আমাৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলে একেলগে এই দিনটো বিশেষভাৱে পালন কৰিছে। 🎈📚 #শিশুদিৱস #জমিয়াএকাডেমি"

A glimpse of a joyful moment from the Siratun Nabi program. The ideals of Prophet Muhammad are our inspiration. ❤️      ...
29/09/2025

A glimpse of a joyful moment from the Siratun Nabi program. The ideals of Prophet Muhammad are our inspiration. ❤️


Principal Visiting card
16/07/2025

Principal Visiting card

Address

Beki Road
Howli

Telephone

+918638196506

Website

Alerts

Be the first to know and let us send you an email when Jamia Academy, Howly posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Jamia Academy, Howly:

Shortcuts

Share

Category