Natarajangan Dance Academy, Howly

Directions

Natarajangan Dance Academy, Howly Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Natarajangan Dance Academy, Howly, Dance School, Madhya Bazar, Howly, Howli.

With Jhuma Ghosh – I just got recognized as one of their top fans! 🎉
14/05/2026

With Jhuma Ghosh – I just got recognized as one of their top fans! 🎉

😊       #২৫শেবৈশাখ    ゚
11/05/2026

😊

#২৫শেবৈশাখ ゚

09/05/2026

রবীন্দ্রসঙ্গীতের উপর একটি নৃত্য আমি ও আমার ছাত্রীদের পরিবেশন, কেন্দ্রীয় রবীন্দ্র স্মৃতি মঞ্চের রজত জয়ন্তী উদ্‌যাপনে🏵️🙏

#২৫শেবৈশাখ
゚

🙏
09/05/2026

🙏

আজি ২৫ ব'হাগ শনিবাৰে হাউলীৰ নটৰাজ অংগন ডান্স একাডেমীৰ উদ্যোগত ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে এটি শ্রদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে হাউলী পৌৰসভাৰ উপ-পৌৰপতি শ্ৰী সঞ্জয় ঘোষ,সমাজকৰ্মী শ্ৰী ধীৰেন্দ্ৰ সাহা, ৰাজা সাহা আৰু সুনীল কুমাৰ সাহা উপস্থিত থাকে। অনুষ্ঠানত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

Keeping our traditions alive through every step❤️😊🧿             ゚
29/04/2026

Keeping our traditions alive through every step❤️😊🧿

゚

With the blessings of Lord Nataraj🙏🏻our journey begins 🧿"Natarajangan Dance Academy is now open”❤️The programme was grac...
26/04/2026

With the blessings of Lord Nataraj🙏🏻our journey begins 🧿
"Natarajangan Dance Academy is now open”❤️

The programme was graced by distinguished guests🙏🏻😊

From a small to a big step forward ⏩

My desire is to keep Indian classical dance alive through the upcoming generation 💖

Admission going on..📞
Join us every Sunday evening at Madhya Bazar, Howly📍
Bharatanatyam | Folk | Rabindra Nritya | Others Dances are taught ✨

゚

🙏🏻
22/04/2026

🙏🏻

আজি হাউলী মধ্যবজাৰ কমিউনিটি হ'লত নটৰাজ অংগন ডাঞ্চ একাডেমী নামৰ নৃত্য বিদ্যালয় শুভ উদ্বোধনী হৈ যায় ।

নটৰাজ অংগন ডাঞ্চ একাডেমীৰ প্ৰশিক্ষিকা প্ৰিয়া সাহাই আঁত ধৰা অনুষ্ঠানটিত বঙাইগাঁওস্থিত নটৰাজম ডাঞ্চ একাডেমী আৰু ৰিচাৰ্চ চেণ্টাৰৰ প্ৰশিক্ষক অভিষেক দাস ডাঙৰীয়াই বাগদেৱী সৰস্বতী মাঁৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰি নটৰাজ অংগন ডেঞ্চ একাডেমীৰ ফলক উন্মোচন কৰি তেখেতৰ উদ্বোধনী ভাষণেৰে নটৰাজ অংগন ডাঞ্চ একাডেমীখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ।

সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে বঙাইগাঁওস্থিত নটৰাজম ডাঞ্চ একাডেমী এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ সম্পাদক বিজয় সৰকাৰ, নৰ্মাল স্কুলৰ শিক্ষক তথা সাংস্কৃতিক প্ৰেমী চম্পক নাথ, হাউলী মধ্যবজাৰস্থিত চিত্ৰ শিক্ষা নিকেতনৰ প্ৰশিক্ষক ৰামকৃষ্ণ সাহা, বিশিষ্ট সমাজ সেৱক ক্ৰমে সুনীল সাহা, দিলীপ কুমাৰ সাহা, ৰাজা সাহা আৰু হাউলীৰ এগৰাকী জ্যেষ্ঠা সংগীত বিষাৰদ মিঠু সাহা উপস্থিত থাকে।

21/04/2026

Opening Ceremony 🧿❤️
Join us for a special day😊

Address

Madhya Bazar, Howly
Howli

Website

Alerts

Be the first to know and let us send you an email when Natarajangan Dance Academy, Howly posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category