Haji Ajmal Ali Sr. Secondary School. Nilbagan

Haji Ajmal Ali Sr. Secondary School. Nilbagan The institution was established in 2010 under the aegis of Ajmal Foundation. The Udise Code is 18300312113 and ASSEB Code is 30H1052

We are deeply saddened by the loss of our polite and obedient student of Class XI, **Usman Gani Fakir of Ashinagar**. He...
16/03/2026

We are deeply saddened by the loss of our polite and obedient student of Class XI, **Usman Gani Fakir of Ashinagar**. He had been suffering from illness, yet he showed great courage and determination by appearing in the 1st Year Annual Examination.

His dedication, good manners, and respectful nature will always be remembered by the school community.

We, the school authority and the Ajmal Foundation family, pray to the Almighty Allah to grant him **Jannah** and give strength and patience to his family during this difficult time.

20/09/2025

হাজী আজমল আলি মহাবিদ্যালয়ৰ তৰফৰ পৰা মৰমৰ জুবিনদা লৈ একাজলি মৰম!

আজি (২০-০৯-২০২৫) হাজী আজমল আলী মহাবিদ্যালয় প্ৰাংগনত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক উকা কৰি যোৱাকালি আমাৰ মাজৰ পৰা চিৰ দিনৰ ...
20/09/2025

আজি (২০-০৯-২০২৫) হাজী আজমল আলী মহাবিদ্যালয় প্ৰাংগনত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক উকা কৰি যোৱাকালি আমাৰ মাজৰ পৰা চিৰ দিনৰ বাবে গুচি যোৱা,অসমৰ সংগীত জগতৰ এক উজ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদগতি কামনাৰে এক শোকসভা অনুষ্ঠিত হয়। জুবিন গাৰ্গৰ আলোকচিত্ৰত পুষ্পাঞ্জলি ও বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই সভাত শিল্পীগৰাকীৰ কৰ্ম জীৱনৰ আলোকপাত কৰি, এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। অসমী আইৰ সুযোগ্য সন্তান, হাৰ্টথ্ৰৱ জুবিনৰ " মায়াবিনী ৰাতিৰ বুকুত " শীৰ্ষক গীত পৰিবেশনেৰে সভাৰ সামৰণি পৰে।

02/09/2025

Jumi Zuhana Begum, Faculty of Economics, delivered an inspiring speech on "Active Listener and its Impact" during the Morning Assembly. Her address enlightened the students on the importance of active listening and its positive effects on their academic and personal lives.

18/08/2025

“পথ সুৰক্ষা জীৱন সুৰক্ষা” 

মৰমৰ ছাত্ৰ-ছাত্ৰী বৃন্দ,
নেদখা জনে আমাক সুস্বাস্থৰ গৰাকী কৰি পঠিয়াইছে মানে আমি পৃথিৱীৰ আটাইতকৈ ধনী মানুহ। আমি নিশ্চয় এক উদ্দেশ্যলৈ এই পৃথিৱীত আহিছো আৰু তোমালোকৰ মা-দেউতাই সেই লক্ষ্যত উপনীত কৰোৱাবলৈ তোমালোকৰ বাবে যথেষ্ট কষ্ট, ত্যাগ কৰি আছে। উপযুক্ত সময়ত তোমালোকে সেই কথা অনুভৱ নকৰিলে জীৱনটো অথলে যোৱাৰ সম্ভাৱনা বেছি।  
জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ হলে ছাত্ৰ জীৱনৰ কিছু কথা মানি চলিব লাগিব। তোমালোকে কৃত্ৰিমতা তথা বাহ্যিকতাক পৰিহাৰ কৰি আত্মসংযমী হব লাগিব। 
নিজৰ লগতে পৰিয়াল তথা সমাজৰ হিতৰ হকে কাম কৰিব লাগিব। বৰ্তমান যুগত ডেকা চামৰ ওপৰত থকা যি গুৰুতৰ অভিযোগ তাক খন্দন কৰি নিজৰ লক্ষ্যত উপনীত হবই লাগিব। আৰু মোৰ দৃঢ় বিশ্বাস তোমালোকে নিশ্ছয় পাৰিবা।
মৰমৰ ছাত্ৰ-ছাত্ৰী সকল, আমি শিক্ষক হিছাপে তোমোলোক আমাৰ ল'ৰা-ছোৱালীৰ দৰে। আমি নিবিছাৰো অপৈনত অৱস্থাত তোমালোকৰ সপোন, লক্ষ্য ভাঙি চুৰ-মাৰ হৈ যাওক। আমি এই যান্ত্ৰিক যুগত প্ৰতিটো সময়ত সাৱধানতাৰে চলাটো অতিকে প্ৰয়োজন।
তোমালোকৰ স্বাৰ্থত আমি বিদ্যালয়ৰ ফালৰ পৰা তৎকালীন ভাৱে বলৱৎ হোৱাকৈ নিম্মলিখিত নিয়ম সমূহ মানি চলিবলৈ জনোৱা হ'ল।
*১) বিদ্যালয়ৰ কোনো ছাত্ৰই যাতে দ্ৰুত গতিত বাইক নছলায়। বিষয়টো বিদ্যালয় কত্বৃপক্ষৰ দৃষ্টিগোছৰ হলে বিহিত ব্যৱস্থা গ্ৰহন কৰা হৱ।
*২) হেলমেট অবিহনে বিদ্যালয় চৌহদত প্ৰৱেশ কৰিব নোৱাৰিৱ।
*৩) দুজনতকৈ অধিক যাতে বাইকত নুঠে।
*৪) ছাত্ৰী সকলেও হেলমেট পৰিধান কৰাতো বাধ্যতামূলক।
*৫) নিজে বাইক আৰোহনৰ পৰিবৰ্তে public transport বা অন্য ব্যৱস্থাৰে কলেজলৈ অহাতোক আমি উদগনি জনাম।

ধন্যবাদেৰে
অধ্যক্ষ

15/08/2025

Stunt performances by our students today as a part of Independence Day observation.

The 79th Independence Day celebrated today with various activities and competitions among students.
15/08/2025

The 79th Independence Day celebrated today with various activities and competitions among students.

08/08/2025

Morning Assembly Today (08/08/2025)
Theme of the Assembly "Responsibilities of Children to their parents"
Thoughtful speeches delivered by our students.

19/07/2025

Today's morning assembly was highlighted by an inspiring speech from Mr. Dipankar Borah, a faculty member of the Education department. His words likely motivated and energized the students and staff.

14/07/2025

Today's morning assembly was highlighted by an inspiring speech from Mr. Habibur Rahman, a faculty member of the Education department. His words likely motivated and energized the students and staff to start the day on a positive note.

"Our students, our pride." In line with this philosophy, Ajmal Foundation felicitated the successful H.S (2025 batch) st...
13/05/2025

"Our students, our pride."
In line with this philosophy, Ajmal Foundation felicitated the successful H.S (2025 batch) students of Haji Ajmal Ali Senior Secondary School, Nilbagan (12/05/2025). The students were warmly welcomed as part of the Ajmal family at Ajmal House, where they were treated to Biryani.

The students had an enriching interaction with Honorable Director Dr. Khasrul Islam, who encouraged them to pursue higher education, emphasizing the importance of completing at least a graduation degree.

"আমাৰ খবৰ" আৰু "গন বাৰ্তা" ত প্ৰকাশিত সম্বৰ্ধনা সভাৰ বাতৰি।
04/05/2025

"আমাৰ খবৰ" আৰু "গন বাৰ্তা" ত প্ৰকাশিত সম্বৰ্ধনা সভাৰ বাতৰি।

Address

Nilbagan
Hojai

Website

Alerts

Be the first to know and let us send you an email when Haji Ajmal Ali Sr. Secondary School. Nilbagan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category