Ajmal Modern Residential School Hojai

Ajmal Modern Residential School Hojai Ajmal Modern Residential School is a home away from home.

Since its inception AMRS always has strived to bring quality education and to hone the latent talents of the Students to reach their cherished goals.

22/08/2026

A Heart touching by Maulana Badruddin Ajmal


Maryam Ajmal Women's College of Science and Technology, HS

20/07/2026

আৰিফ আহমেদলৈ চায়েন্স অলিম্পিয়াড ফাউণ্ডেচনৰ 'শ্ৰেষ্ট অধ্যক্ষ বঁটা'

হোজাই: নতুন দিল্লীৰ শিক্ষা বিষয়ক আগশাৰীৰ সংস্থা 'চাইন্স অলিম্পিয়াড ফাউণ্ডেচনে' ২০২৫-২৬ বৰ্ষৰ বাবে শ্ৰেষ্ঠ উত্তৰ-পূব আঞ্চলিক অধ্যক্ষ বঁটা'ৰে বিভূষিত কৰিছে আজমল ফাউণ্ডেচনৰ অধীনস্থ আজমল ছুপাৰ ৪০-ৰ এটা গোট, হোজাইৰ আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুল (AMRS)-ৰ অধ্যক্ষ শ্ৰীযুত আৰিফ আহমেদক। অধ্যক্ষ গৰাকীৰ দূৰদৰ্শী দৃষ্টিভংগী, নেতৃত্বৰ গুণাৱলী আৰু শৈক্ষিক পদক্ষেপৰ স্বীকৃতি স্বৰূপে এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে বুলি চায়েন্স অলিম্পিয়াড ফাউণ্ডেচনে নিজৰ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে। এই খবৰে স্কুল কৰ্তৃপক্ষৰ লগতে হোজাইৰ শৈক্ষিক মহলক উৎফুল্লিত কৰি তুলিছে।
উল্লেখযোগ্য যে, আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুল, হোজাইৰ ছাত্ৰ-ছাত্ৰীসকলে ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ এছ.অ'.এফ (SOF) অলিম্পিয়াড পৰীক্ষাত অসাধাৰণ প্ৰদৰ্শন দাঙি ধৰিছিল। লগতে স্কুলখনৰ
​ অলিম্পিয়াড সমন্বয়ক নবিদ কাওছাৰ টিপু আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ শিক্ষক শ্ৰীযুত দীপজ্যোতি মজুমদাৰক এছ.অ'.এফ (SOF), নতুন দিল্লীৰ দ্বাৰা ২০২৫-২৬ বৰ্ষৰ 'শ্ৰেষ্ঠ উত্তৰ-পূব আঞ্চলিক শিক্ষক বঁটা' প্ৰদান কৰি স্বীকৃতি জনোৱা হৈছে।
​ আজমল ফাউণ্ডেচনৰ সঞ্চালক ড০ খাচৰুল ইছলাম আৰু আজমল ছুপাৰ ৪০-ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰ আৰু শিক্ষা প্ৰেমী ৰাইজে বঁটা প্ৰাপক সকললৈ অভিনন্দন জ্ঞাপন কৰিছে।

20/07/2026
17/07/2026

Success is not achieved overnight it is built through dedication, discipline, expert mentorship, and relentless hard work.

We are immensely proud to celebrate the outstanding performance of our students in NEET UG 2026. Congratulations to all our achievers for turning their aspirations into reality and making the entire Ajmal Super 40 family proud.

Heartiest congratulations to every student for scoring 600+ marks and setting new benchmarks of excellence.

This remarkable achievement reflects the commitment of our students, the unwavering support of parents, and the dedicated efforts of our faculty and mentors.

11/07/2026

এখন স্কুল য'ৰ পৰা যোৱা বৰ্ষত ১১৭ জন শিক্ষাৰ্থীয়ে মেট্ৰিকত অৱতীৰ্ণ হৈছিল। তাৰে ১০০%ই ফাৰ্ষ্ট ডিভিজন লাভ কৰে। ৮৩ জনে ডিষ্টিংচন লাভ কৰে। ১০৪ জনে লাভ কৰিলে ষ্টাৰ মাৰ্কছ। মুঠ লেটাৰ নম্বৰ ৫৬১.
এনে অনবদ্য ফলাফলৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই স্কুলখনক স্বীকৃতি প্ৰদান কৰে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে।
স্কুলখনৰ নাম 'আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুল, যোগীজান।। আজমল চুপাৰ ৪০ৰ দ্বাৰা পৰিচালিত। শেহতীয়া বছৰবোৰত অসমত স্কুল শিক্ষাক অনন্য পৰ্যায়লৈ লৈ যোৱা বিদ্যালয়ৰ ভিতৰত আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুল অন্যতম। এইখন স্কুলত সকলো জাতি ধৰ্ম, জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আছে।
ফটোত স্কুলখনৰ অধ্যক্ষ আৰিফ আহমেদ আছুৰ দ্বাৰা লাভ কৰা মানপত্ৰৰ সৈতে।
Khasrul Islam

24/05/2026
14/05/2026

Heartiest Congratulations Master Rahat Farhan, Class IX Aristotle for winning the Director's Special Speaker Award, Dt. 11.05.2026, Monday through this speech. We are proud of you dear 💐💐💐

Address

Jugijan Road, Jugijan
Hojai
782435

Alerts

Be the first to know and let us send you an email when Ajmal Modern Residential School Hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category