Abdul Hasib HS School, Hojai

Abdul Hasib HS School, Hojai Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Abdul Hasib HS School, Hojai, School, Hojai.

24/04/2026

ইয়াৰ দ্বাৰা জনোৱা যায় যে অহা ২৭/০৪/২০২৬ তাৰিখ সোমবাৰে দিনৰ ১১:০০ বজাত আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুৰণি টিনাৰ নিলাম কৰা হ'ব। ইচ্ছুক সকলে যোগাযোগ কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হ'ল।

20/04/2026

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা আব্দুল হাছিব উঃ মাঃ বিদ্যালয়ৰ ছাত্ৰৰ মাজত হোজাই জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মাননীয় ৰঞ্জন কুমাৰ ডেকা ছাৰ। ছাত্ৰ সকলক শৈক্ষিক আৰু নৈতিক পৰামৰ্শৰে শ্ৰীযুত ছাৰে অনুপ্ৰাণিত কৰে। সদা- সক্ৰিয়, কৰ্মপটু পৰিদৰ্শক মহোদয়লৈ ধন্যবাদ আৰু ছাত্ৰ সকলক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

"একাগ্ৰতা থাকিলে লক্ষ্য সূদুৰ পৰাহত নহয়"   ৰমিজ উদ্দিন। এজন সহজ সৰল, অমায়িক ছাত্ৰ। হাইস্কুলীয়া শিক্ষা পিএম শ্ৰী আব্দু...
11/04/2026

"একাগ্ৰতা থাকিলে লক্ষ্য সূদুৰ পৰাহত নহয়"

ৰমিজ উদ্দিন। এজন সহজ সৰল, অমায়িক ছাত্ৰ। হাইস্কুলীয়া শিক্ষা পিএম শ্ৰী আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শেষ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। ঘৰৰ পৰা ৬ কিঃ মিঃ দুৰ্গম পথ চাইকেলৰ অতিক্ৰম কৰি বিদ্যালয়ত নিয়মিত শ্ৰেণীত উপস্থিত হয়। শিক্ষক-শিক্ষয়ত্ৰীৰ পৰা সদায় মৰম-আদৰ পোৱা ৰমিজ উদ্দিনৰ আচৰণ শলাবলগীয়া।
ঘৰুৱা শিক্ষক অবিহনে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯% নম্বৰেৰে (৬টা বিষয়ত লেটাৰ সহ) ৰমিজ উদ্দিন উৰ্ত্তীণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁৰ সফলতাই আকৌ এবাৰ প্ৰমাণ কৰিলে একাগ্ৰতাই সফলতাৰ চাবিকাঠি।
আজি আমি শিক্ষক-শিক্ষয়ত্ৰী সকল ৰমিজক লৈ গৌৰৱান্বিত। ৰমিজৰ গৌৰৱী পিতৃ-মাতৃলৈও অভিনন্দন।

16/03/2026

পিএম শ্ৰী আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিৰ বাবে ফৰ্ম দিয়া হৈ আছে।

25/02/2026

পিএম শ্ৰী আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিগত বৰ্ষৰ বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক কাৰ্যৱলীৰ এক চলমান প্ৰদৰ্শন -

04/02/2026

যোগীজান ৰাজবাৰীৰ প্ৰত্নতাত্ত্বিক স্থানত পিএম শ্ৰী আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বেগ লেচ ডে এক্টিভিটিজত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান।

Annual Prize Distribution at PM SHRI Abdul Hasib HS School Hojai
29/01/2026

Annual Prize Distribution at PM SHRI Abdul Hasib HS School Hojai

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when Abdul Hasib HS School, Hojai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category