Kordoba Educare Society

Kordoba Educare Society Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Kordoba Educare Society, Education, Doboka, Assam, India/, Hojai.

Heartiest Congratulations to our medalists in the International Maths Olympiad (IMO) 2025, organized by the Maths Olympi...
10/05/2026

Heartiest Congratulations to our medalists in the International Maths Olympiad (IMO) 2025, organized by the Maths Olympiad Foundation, New Delhi.

মেথছ অলিম্পিয়াড ফাউণ্ডেশ্যন, নতুন দিল্লী-ৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক গণিত অলিম্পিয়াড (IMO) ২০২৫-ত পদক লাভ কৰা আমাৰ কৰ্ডবা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সকলো প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন ।

10/05/2026

Happy Mother's Day | Kordoba Group

কৰ্ডবা এডুকেয়াৰ চচাইটিৰ দ্বাৰা পৰিচালিত "কৰ্ডবা চিনিয়ৰ চেকেণ্ডাৰী স্কুল"ত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত কলা আৰু বিজ্ঞান শ...
11/04/2026

কৰ্ডবা এডুকেয়াৰ চচাইটিৰ দ্বাৰা পৰিচালিত "কৰ্ডবা চিনিয়ৰ চেকেণ্ডাৰী স্কুল"ত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত কলা আৰু বিজ্ঞান শাখাত নাম ভৰ্তি চলি আছে। আগ্ৰহী শিক্ষাৰ্থী সকলে সোনকালে যোগাযোগ কৰিবলৈ জনোৱা হয়।

96782 73393 / 94352 50052
84718 41210 / 80118 80192

স্কুলীয়া জীৱনৰ প্ৰথম দিনৰ পৰা আজিৰ এই অন্তিম দিনলৈকে তোমালোক আগবাঢ়ি যোৱাটো কৰ্ডবা পৰিয়ালে কামনা কৰি আহিছে আৰু অনাগত দিনত...
26/02/2026

স্কুলীয়া জীৱনৰ প্ৰথম দিনৰ পৰা আজিৰ এই অন্তিম দিনলৈকে তোমালোক আগবাঢ়ি যোৱাটো কৰ্ডবা পৰিয়ালে কামনা কৰি আহিছে আৰু অনাগত দিনতো তোমালোকৰ ভৱিষ্যত সুন্দৰ আৰু সঠিক পথত চলি থাকক, এয়াই আমাৰ কামনা। কৰ্ডবা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন সদায় তোমালোকৰ নিজৰ ঘৰৰ দৰে আছিল আৰু থাকিব। ২৬ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে HSLC চূড়ান্ত পৰীক্ষাৰ অন্তিম দিনা কৰ্ডবা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ২০২৫-২৬ শিক্ষাবৰ্ষৰ শিক্ষাৰ্থী সকলৰ লগত স্কুল কৰ্তৃপক্ষই অতিবাহিত কৰা এটি বিশেষ মুহূৰ্ত।





25/02/2026

Admission Open for 2026-27





"কৰ্ডবা এডুকেয়াৰ ছচাইটি"ৰ চেয়াৰমেন, অধ্যাপক ৰশীদ আহমেদ ছাৰৰ অতি মৰমৰ শিক্ষক, ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্...
18/02/2026

"কৰ্ডবা এডুকেয়াৰ ছচাইটি"ৰ চেয়াৰমেন, অধ্যাপক ৰশীদ আহমেদ ছাৰৰ অতি মৰমৰ শিক্ষক, ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা জ্যেষ্ঠ শিক্ষক, শ্ৰী নাৰায়ণ চন্দ্ৰ ভৌমিক ছাৰৰ মৃত্যুত আমি "কৰ্ডবা" পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। তেখেতৰ মৃত্যু ডবকা তথা হোজাই জিলাৰ শৈক্ষিক আৰু সামাজিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।




কৰ্ডবা পৰিয়ালৰ গৌৰৱ !কৰ্ডবা এডুকেয়াৰ ছচাইটিৰ দ্বাৰ পৰিচালিত কৰ্ডবা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা ২০২২-২৩ শিক্ষা বৰ্ষত হাই...
07/01/2026

কৰ্ডবা পৰিয়ালৰ গৌৰৱ !

কৰ্ডবা এডুকেয়াৰ ছচাইটিৰ দ্বাৰ পৰিচালিত কৰ্ডবা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা ২০২২-২৩ শিক্ষা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০২৪-২৫ শিক্ষা বৰ্ষত একেখন বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ফাহিমুল ইছলাম নামৰ ছাত্ৰ গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

পৰৱৰ্তী দ্বীনি শিক্ষা লাভ কৰিবলৈ জামিয়া অসম দাৰুল হাদীছ জয়নগৰ মাদ্ৰাছাত ভৰ্তি হোৱা ফাহিমুল ইছলামে আজি জয়নগৰ মাদ্ৰাছাৰ ৭৪ সংখ্যক খতমে বুখাৰী শৰীফত আনুষ্ঠানিকভাৱে তেওঁৰ দ্বীনি শিক্ষা অৰ্থাৎ দৌৰা হাদীছ সম্পন্ন কৰে।

02/01/2026

Admission is going on for session 2026-27 at Kordoba Sr. Sec. School.

19/12/2025

কৰ্ডবা ইতিহাস দোহাৰাৰ এক অভিনৱ প্ৰচেষ্টা।




Address

Doboka, Assam, India/
Hojai
782440

Telephone

+919678273393

Website

Alerts

Be the first to know and let us send you an email when Kordoba Educare Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Kordoba Educare Society:

Shortcuts

Share

Category