27/11/2025
📚✨ ৩১ তম প্ৰতিষ্ঠা দিৱস ✨📚
আজিৰ দিনটোত আমাৰ নিকেতন ৩১ বছৰ পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। শিক্ষাৰ আলোক বিলাই অসংখ্য সফল জীৱনৰ পথ প্ৰদৰ্শন কৰা এই প্রতিষ্ঠানটোৰ অংশ হ’ব পাৰি আমি গৌৰৱান্বিত। আচাৰ্য আচাৰ্যা সকলৰ দিশ নিৰ্দেশনা, শিক্ষাৰ্থী সকলৰ কঠোৰ পৰিশ্ৰম আৰু অভিভাৱকসকলৰ বিশ্বাসে আমাৰ নিকেতনক আজি এই উচ্চতালৈ লৈ আহিছে।
আগলৈও শ্ৰেষ্ঠতাৰ পথত আগুৱাই যোৱা আৰু নতুন ইতিহাস ৰচনা কৰাৰ হ’ব আমাৰ প্ৰতিশ্ৰুতি।
আমাৰ নিকেতন—আমাৰ গৌৰৱ! 💙🎉