Moulana azad high school,Saharan matikula 'Joynagar,Nagaon.Assam

  • Home
  • India
  • Hojai
  • Moulana azad high school,Saharan matikula 'Joynagar,Nagaon.Assam

Moulana azad high school,Saharan matikula 'Joynagar,Nagaon.Assam Principal/H.M-Abdur Rashid Chowdhury Saharan,matikula azad nagar evry year 100% Results in Hslc Final At Hojai District.Assam

Moulana Azad High school আৰু Moulana Azad Jr College ৰ প্ৰাক্তন ছাত্ৰ Saharan গাঁওৰ উদীয়মান যুৱক জিবান উদ্দিন ৰ আজি পুৱ...
13/07/2024

Moulana Azad High school আৰু Moulana Azad Jr College ৰ প্ৰাক্তন ছাত্ৰ Saharan গাঁওৰ উদীয়মান যুৱক জিবান উদ্দিন ৰ আজি পুৱা ৮ টা ৩০ বজাত মৃত্যু হয় । আজি আবেলি ৫ বজাত চাহাৰান জামি মছজিদত তেওঁৰ জনজাৰ নামাজ আদায় কৰা হব। আল্লাহ পাকে তেওঁক মাফ কৰি দিয়াক।

Abdur Rashid Chy

11/11/2021

আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা-২০২২ত অৱতীর্ণ হ’বলগীয়া পৰীক্ষার্থীৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি জাৰি কৰিছে এক বিশেষ নির্দেশনা। নির্দেশনামতে, যিসকল পৰীক্ষার্থীৰ পৰিয়ালৰ বার্ষিক আয় ২ লাখতকৈ কম, তেওঁলোকক কেন্দ্র আৰু পৰীক্ষা মাচুল পৰিশোধৰ ক্ষেত্রত ৰেহাই দিয়া হৈছে।

08/10/2020

ফেব্ৰুৱাৰী মাহৰ অন্তিম সপ্তাহত অনুষ্ঠিত হ'ব ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৷ চলিত বৰ্ষৰ ১ নবেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া ৷ প্ৰ-পত্ৰ পূৰণৰ অন্তিম দিন ৩০ নৱেম্বৰ ৷ সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে অহা ১৫ ডিচেম্বৰৰ ভিতৰত নথি-পত্ৰসমূহ জমা দিব লাগিব ৷ এই সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিছে এক অধিসূচনা ৷

H.S 1st Year Season 2020-2021 ৰ নাম ভৰ্তিকৰণ চলি আছে।অধিক তথ্যৰ বাবে কলেজত যোগাযোগ কৰক। ধন্যবাদ
27/06/2020

H.S 1st Year Season 2020-2021 ৰ নাম ভৰ্তিকৰণ চলি আছে।অধিক তথ্যৰ বাবে কলেজত যোগাযোগ কৰক। ধন্যবাদ

Address

Hojai
782445

Opening Hours

Monday 9am - 4pm
Tuesday 9am - 4pm
Wednesday 9am - 4pm
Thursday 9am - 4pm
Friday 9am - 12pm
1pm - 4pm
Saturday 9am - 1pm

Telephone

+918253981382

Alerts

Be the first to know and let us send you an email when Moulana azad high school,Saharan matikula 'Joynagar,Nagaon.Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Moulana azad high school,Saharan matikula 'Joynagar,Nagaon.Assam:

Shortcuts

Share

Category