Ajmal for Education

Ajmal for Education I do publish education related stories

আজমলত কৰ্মৰত ইছলাম নগৰৰ জমিৰ হুছেইনে বি.কম. পাছ কৰি চাকৰিত যোগ দিয়াৰ ১৬ বছৰৰ পিছত দুই সন্তানৰ পিতৃত্ব অৰ্জন কৰিও পঢ়াৰ ...
30/07/2026

আজমলত কৰ্মৰত ইছলাম নগৰৰ জমিৰ হুছেইনে বি.কম. পাছ কৰি চাকৰিত যোগ দিয়াৰ ১৬ বছৰৰ পিছত দুই সন্তানৰ পিতৃত্ব অৰ্জন কৰিও পঢ়াৰ মোহ এৰিব নোৱাৰি মাষ্টাৰ্ছ কৰে। নিজৰ মাষ্টাৰ্ছৰ প্ৰমাণপত্ৰ হাতত লৈ।

30/07/2026

আজমল ফাউণ্ডেচনৰ কলেজত অধ্যাপিকা হিচাপে কাম কৰে শিৱসাগৰৰ এইগৰাকী মহিলাই। আজি উজনিৰ ৰাইজে যিজন বদৰুদ্দিন আজমলক চিনি পাইছে সেইজন ব্যক্তিক কেবা বছৰৰ পৰা জানে তেওঁ

30/07/2026

ধন্যবাদ মৰিয়ম আজমল ৱ'মেন্স কলেজ অৱ চাইন্স এণ্ড টেকন'লজী, হোজাইৰ ছাত্ৰী সকল। উজনিৰ ৰাইজৰ মুখত এটুপি বিশুদ্ধ খোৱাপানী তুলি দিবলৈ কৰা ত্যাগ আৰু পৰিশ্ৰমৰ বাবে।

আজমলৰ ছাত্ৰীয়ে লভিলে গ'ল্ড মেডেল
26/07/2026

আজমলৰ ছাত্ৰীয়ে লভিলে গ'ল্ড মেডেল

শিক্ষাৰ্থীক উৎসাহিত কৰাটো আজমল ফাউণ্ডেচনৰ নীতি। প্ৰতিটো ক্ষেত্ৰতে উৎসাহৰ মাজতে অনুপ্ৰাণিত কৰে আজমল ফাউণ্ডেচনৰ ডাইৰেক্টৰ ...
21/07/2026

শিক্ষাৰ্থীক উৎসাহিত কৰাটো আজমল ফাউণ্ডেচনৰ নীতি। প্ৰতিটো ক্ষেত্ৰতে উৎসাহৰ মাজতে অনুপ্ৰাণিত কৰে আজমল ফাউণ্ডেচনৰ ডাইৰেক্টৰ ড° খচৰুল ইছলাম চাহাবে আৰু তাৰ ফলত ছাত্ৰ ছাত্ৰীৰ মনত যোগাত্মক উৎসাহ সৃষ্টি হয়।

18/07/2026

আজমল ফাউণ্ডেচনৰ জলপানি পাই নীটত ৬০০+ নম্বৰ ধুবুৰীৰ এইজন ছাত্ৰৰ। এটা শ্বেয়াৰ কৰি দেখুৱাই দিয়ক। ধুবুৰীৰ ৰাইজৰ বাবে আজিও কাম কৰি আছে আজমল চাহাবে।

অভিনন্দন
17/07/2026

অভিনন্দন

16/07/2026

মৰিয়ম আজমল ৱ'মেন্স কলেজ হোজাইৰ ১৪তম প্ৰতিষ্ঠা দিৱস আজি। চাওক কলেজখনৰ ছাত্ৰীসকলে কিদৰে মঞ্চত সুন্দৰকৈ বক্তৃতা দিব পাৰে!

হোজাইৰ বাবে ঐতিহাসিক মুহূৰ্ত আছিল সেয়া। আপুনি ধৰিব পাৰিছেনে?
14/07/2026

হোজাইৰ বাবে ঐতিহাসিক মুহূৰ্ত আছিল সেয়া। আপুনি ধৰিব পাৰিছেনে?

Some key figures of Ajmal Education mission.
06/07/2026

Some key figures of Ajmal Education mission.

Address

Hojai
782435

Website

Alerts

Be the first to know and let us send you an email when Ajmal for Education posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category