Mufti Noor Ahmed Official

Mufti Noor Ahmed Official মই মোৰ মনৰ কথা প্ৰকাশ কৰিম ৷

Like plz
06/07/2025

Like plz

14/08/2024
09/04/2024

ঈদলৈ আৰু বেছি সময় নাই সেয়ে আহক ঈদৰ ছুন্নাত সমুহ জানি থ‌ওঁ।

(১) ঈদৰ ৰাতি বেছি বেছিকৈ উপাসনা (এবাদাত বন্দেগী)কৰা।
(২) ঈদৰ নামাযৰ কাৰণে গোছল কৰা।
(৩) মিছৱাক কৰা।
(৪) উত্তম কাপোৰ পৰিধান কৰা।
(৫) সুগন্ধি লগোৱা।
(৬) ঈদগাহলৈ যোৱাৰ পূৰ্বে কোনো মিঠা বস্তু খোৱা, যেনে খেজুৰ,চুহাৰা ইত্যাদি (বেজুৰ সংখ্যা ১,৩,৫,)।
(৭) সুনকালে ঈদগাহলৈ যোৱা।
(৮) ঈদগাহলৈ যোৱাৰ পূৰ্বে চদক্বায় ফিৎৰ আদায় কৰা।
(৯) ঈদৰ নামাযৰ পূৰ্বে কোনো ধৰণৰ নফল নামায নপঢ়া।
(১০) ঈদগাহলৈ যোৱাৰ সময়ত তাকবিৰ তাশৰিক পঢ়া।
(১১) এটা বাটেৰে ঈদগাহলৈ যোৱা আৰু আনটো বাটেৰে ঘৰলৈ ওভতি অহা।

অনুগ্ৰহ কৰি শ্বেয়াৰ কৰক৷
13/10/2023

অনুগ্ৰহ কৰি শ্বেয়াৰ কৰক৷

02/09/2023

#দোৱা_বিচাৰি_আবেদন
বৃহত্তৰ লংকা আঞ্চলিক দ্বিনী তালিমী বোৰ্ডৰ সভাপতি, জামিয়া অসম দাৰুল হাদিছ জয়নগৰৰ শিক্ষক #মৌলানা_বাহাৰ_উদ্দিন বাহাৰ চাহাবৰ #পিতৃ যোৱা ৰাতি হঠাৎ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ বৰ্তমানে তেখেত হাম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
সেয়েহে তেখেতৰ আশুআৰোগ্য আৰু দীৰ্ঘায়ুৰ বাবে সকলোৰে ওচৰত দোৱাৰ আবেদন জনালোঁ৷

25/03/2023

যোৱা বেলি একেলগে ইফতাৰ আৰু তেৰাবি আদায় কৰা একাংশ মানুহ আজি আমাৰ মাজত নাই৷
তেখত সকলক আল্লায় জান্নাতুল-ফিৰদাউছ দান কৰক৷
আৰু আমি সকলক ৰোজাৰ পৰিপূৰ্ণ হক্ব আদায় কৰাৰ তৌফিক দান কৰক৷

::: আপোনালোকৰ সুবিধাৰ্থে :::
22/03/2023

::: আপোনালোকৰ সুবিধাৰ্থে :::

08/02/2023

#হোজাই_জিলা_জমিয়ত_উলামাৰ
:- #শোক_বাৰ্তা :-
জামিয়া ইছলামীয়া জালালীয়া মাদ্ৰাছা (হোজাই)ৰ প্ৰধান শিক্ষক, হজৰত মৌলানা হাফিজ আব্দুছ ছুবহান চাহাবৰ আজি পুৱা ইন্তেকাল হয়৷
ইন্না-লিল্লাহি ৱা ইন্না-ইলাইহি ৰাজিউন ৷
তেখেতৰ অকাল মৃত্যুত হোজাই জিলা জমিয়ত উলামাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিলো,
আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।
আল্লাহ তায়ালায় মৰহুমক জান্নাতুল ফিৰদাউছ দান কৰক।
::: #মুফতি_নুৰ_আহমেদ :::
সাধাৰণ সম্পাদক
হোজাই জিলা জমিয়ত উলামা
08/02/2023

22/01/2023

আমাৰ দ্বায়িত্ব সম্পৰ্কে,
ভাল লাগিলে Share কৰিব৷

22/01/2023

সচা কথা হলে Share কৰিব৷

Address

Hojai
782481

Telephone

+919957319900

Website

Alerts

Be the first to know and let us send you an email when Mufti Noor Ahmed Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Mufti Noor Ahmed Official:

Shortcuts

Share

Category