07/06/2026
🌿🌎 বিশ্ব পৰিৱেশ দিৱস 🌎🌿
প্ৰকৃতি আমাৰ জীৱনৰ আধাৰ। সেউজীয়া পৃথিৱী গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব। আহক, গছ ৰোপণ কৰোঁ, পৰিৱেশ সংৰক্ষণ কৰোঁ আৰু আগন্তুক প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী এৰি যাওঁ।
"এটা গছ, হাজাৰটা আশাৰ বীজ।"
#বিশ্ব_পৰিৱেশ_দিৱস