Rajbari Tombapujini ME School, Jugijan, Hojai, Assam

  • Home
  • India
  • Hojai
  • Rajbari Tombapujini ME School, Jugijan, Hojai, Assam

Rajbari Tombapujini ME School, Jugijan, Hojai, Assam Vill.-Rajbari, P.O.- Jogijan Bazar, Dist.- Hojai (Assam), PIN- 782429
Established: 1979
Managed By: Dept. of Education, Govt.

Of Assam
Medium: Assamese
Students: 197
Staff: 9

13/12/2025

Annual Sports 2025

বিদ্যালয়ত আয়োজন কৰা ৬৪ সংখ্যক শিক্ষক দিৱসৰ কিছু মূহুর্ত 💝
05/09/2025

বিদ্যালয়ত আয়োজন কৰা ৬৪ সংখ্যক শিক্ষক দিৱসৰ কিছু মূহুর্ত 💝

ইতিহাসৰ পৃষ্ঠাত সংযোজিত হ'ল আৰু এটি নতুন অধ্যায় !
17/05/2025

ইতিহাসৰ পৃষ্ঠাত সংযোজিত হ'ল আৰু এটি নতুন অধ্যায় !

বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী চন্দ্ৰমণি দেৱী বাইদেউৰ আনুষ্ঠানিক বিদায় সভাৰ কিছু দৃশ্যপট ।
10/02/2025

বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী চন্দ্ৰমণি দেৱী বাইদেউৰ আনুষ্ঠানিক বিদায় সভাৰ কিছু দৃশ্যপট ।

03/02/2025

22/01/2025

#গুণোৎসৱ_২০২৫

শিশু দিৱস উদ্ যাপন ও সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক আনুষ্ঠানিক বিদায় সম্বৰ্দ্ধনা ।🙏
14/11/2024

শিশু দিৱস উদ্ যাপন ও সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক আনুষ্ঠানিক বিদায় সম্বৰ্দ্ধনা ।🙏

বিদায় সদায় বিষাদৰ, কিন্তু এয়া যে অৱধাৰিত !সুদীৰ্ঘ ৩৯ বছৰীয়া চাকৰি জীৱনৰ আজি আছিল অন্তিম দিন। বিদ্যালয়ৰ প্ৰধান শিক্ষক ম...
30/10/2024

বিদায় সদায় বিষাদৰ, কিন্তু এয়া যে অৱধাৰিত !সুদীৰ্ঘ ৩৯ বছৰীয়া চাকৰি জীৱনৰ আজি আছিল অন্তিম দিন। বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত কৃপাময় দাস ছাৰৰ অৱসৰকালীন দিনবোৰ সুখৰ হওঁক ।তেখেতৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ ।🙏

সৰস্বতী পূজা ২০২৪
14/02/2024

সৰস্বতী পূজা ২০২৪

সুদীর্ঘ ৩৮ বছৰ নিষ্ঠাৰে শিক্ষকতা কৰা শ্ৰদ্ধাৰ হেমাৱতী দেৱী বাইদেউৰ আনুষ্ঠানিক বিদায় সভাৰ কিছু দৃশ্যপট।
05/02/2024

সুদীর্ঘ ৩৮ বছৰ নিষ্ঠাৰে শিক্ষকতা কৰা শ্ৰদ্ধাৰ হেমাৱতী দেৱী বাইদেউৰ আনুষ্ঠানিক বিদায় সভাৰ কিছু দৃশ্যপট।

 #গুণোৎসৱ_২০২৪সকলোৰে সহায় সহযোগিতা তথা আশীৰ্বাদত সুকলমে পাৰ হ'ল এইবাৰৰ গুণোৎসৱ। উপস্থিত সকলো শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যা...
06/01/2024

#গুণোৎসৱ_২০২৪
সকলোৰে সহায় সহযোগিতা তথা আশীৰ্বাদত সুকলমে পাৰ হ'ল এইবাৰৰ গুণোৎসৱ। উপস্থিত সকলো শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, অভিভাবক ও শুভাকাংক্ষী সকলক কৃতজ্ঞতা জনাইছোঁ। অনাগত দিনতো এনেকৈ সহযোগীতা পাম বুলি আশা কৰিলোঁ। 🙏

অঞ্চলৰ বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ও বৰ্তমানৰ শিক্ষক, প্ৰধান শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলৰ  উ...
25/12/2023

অঞ্চলৰ বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ও বৰ্তমানৰ শিক্ষক, প্ৰধান শিক্ষক, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলৰ উপস্থিতিত আজি বিদ্যালয়ত ৰ কামৰ শুভাৰম্ভণি কৰা হয়।

Address

Rajbari
Hojai
782429

Opening Hours

Monday 8:30am - 3:30pm
Tuesday 8:30am - 3:30pm
Wednesday 8:30am - 3:30pm
Thursday 8:30am - 3:30pm
Friday 8:30am - 3:30pm
Saturday 8:30am - 1:30pm

Website

Alerts

Be the first to know and let us send you an email when Rajbari Tombapujini ME School, Jugijan, Hojai, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Rajbari Tombapujini ME School, Jugijan, Hojai, Assam:

Shortcuts

Share

Category