RR Coaching Centre

Directions Website

RR Coaching Centre Rumana Begum,
M.Sc. Physics (North Eastern Hill University, Shillong)
Founder and Director of RR Coaching Centre

09/07/2026

"Dreams don't become reality by chance—they become reality with the right guidance. Join RR Coaching Centre and start your success story today. 📚✨"

06/07/2026
03/05/2026

Namaskar everyone,

মই Rumana Begum, founder of RR Tuition Centre.

আজিৰ সময়ত কেৱল কিতাপ পঢ়িলেই সফলতা নাহে। Student-ক লাগিব সঠিক guidance, discipline আৰু confidence ।

সেই উদ্দেশ্য লৈয়ে মই আৰম্ভ কৰিছোঁ RR Tuition Centre । ইয়াত আমি কেৱল syllabus complete নকৰোঁ…আমি student-ৰ concept clear কৰোঁ, thinking power develop কৰোঁ আৰু exam-ৰ বাবে mentally strong কৰি তোলোঁ।

মোৰ বিশ্বাস —প্ৰতিজন student-ৰ ভিতৰত potential আছে।দৰকাৰ মাথোঁ সঠিক direction আৰু proper mentorship.

যিসকলে নিজৰ সন্তানক average হৈ থকাৰ বাবে নহয়,বৰং confident আৰু successful মানুহ হিচাপে গঢ়ি তুলিব বিচাৰে,তেওঁলোকৰ বাবে RR Tuition Centre এক শক্তিশালী platform.

Discipline, quality education আৰু personal guidance —এই তিনিটাই আমাৰ identity.

Thank you.

26/04/2026

📢আমাৰ ক্লাছ ১ মে’ৰ পৰা আৰম্ভ হ’ব।

☑️১ মে’ৰ আগত আমাৰ ঘৰখনৰ ভিতৰৰ কাম চলি থকাৰ বাবে আপুনি মোক চেণ্টাৰত নাপাব।

☑️ যদি আপুনি ভৰ্তি ল’ব বিচাৰে বা আন কোনো প্ৰশ্ন থাকে, তেন্তে এতিয়াৰ বাবে আপুনি মোৰ দেউতাৰ ঘৰলৈ (Noor Ahmed) আহিব পাৰে|

☑️আপোনাৰ ক্লাছ বেচৰ সময় জানিবলৈ অনুগ্ৰহ কৰি মোক যোগাযোগ কৰক।

☑️১ মে’ৰ পৰা মই চেণ্টাৰত উপলব্ধ থাকিম। যদি কোনো কাৰণত মোক নাপায়, তেন্তে 7086083205 নম্বৰত ফোন কৰিব ।

25/04/2026

🚨 ADMISSION OPEN 🚨

RR TUITION CENTRE
(Founded by Rumana Begum)

📅 Classes Starting from 1st May
📍 Kandulimari, Rubel House

❌ Low Marks?
❌ Lack of Confidence?

✔️ Don’t worry…
Right Guidance = Bright Future

👩‍🏫 Our Features:
✔️ Concept Clear Classes
✔️ Weekly Test + Doubt Clearing
✔️ Personal Monitoring
✔️ Discipline + Motivation

👧 Safe Environment for Girls

📚 English & Assamese Medium.

⏳ Limited Seats Available
📞 Contact Now! 7086083205

24/04/2026

“🚨 ভৰ্তি আৰম্ভ হৈছে!
❌ ‘মোৰ সন্তানটো দুৰ্বল…’ — এইটো ভাবা বন্ধ কৰক।
✔️ দুৰ্বল নহয়… সঠিক পথপ্ৰদৰ্শনৰ অভাৱ!

🏫 RR Tuition Centre,
Founded by Rumana Begum।

📚 ইয়াত পোৱা যাব Concept Clear Classes,
📝 সাপ্তাহিক পৰীক্ষা আৰু সন্দেহ নিৰসন,
👩‍🏫 ব্যক্তিগত যত্ন আৰু মনিটৰিং,
👧 ছোৱালীৰ বাবে সম্পূৰ্ণ সুৰক্ষিত পৰিৱেশ।

🎯 Class 6 ৰ পৰা 12 লৈ, English আৰু Assamese Medium দুয়োটা।

📅 ক্লাছ আৰম্ভ হ’ব ১ মে’ৰ পৰা।

📍 ঠিকনা: Kandulimari, Rubel House

🔥 সীমিত আসন… এতিয়াই ভৰ্তি কৰক!”

📢📢Admission is going on
24/04/2026

📢📢Admission is going on

Address

Kandulimari, Jugijan (Hojai)
Hojai
782429

Alerts

Be the first to know and let us send you an email when RR Coaching Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category