HR islamic tv

HR islamic tv چہرے خوبصورت ہوں یا نہ ہوں !! 🌷🖊️🖊️
الفاظ ہمیشہ خوبصورت رکھو ... !!🌹🖋️🖋️
کیونکہ لوگ چہرے بھول جاتے ہیں !!🌷🖊️🖊️
مگر الفاظ ہمیشہ یاد رکھتے ہیں .. !!🌹🖋️🖋️🖋️

17/06/2026
11/06/2026

Quran ki tilawat

02/06/2026

quran ki tilawat

01/06/2026

Sobina khotom
Mashaallah bhut khub surot tilawat
#শিৱপুৰ #

🌙✨ পৱিত্ৰ ঈদ-উল-আযহাৰ শুভক্ষণত  HR ISLAMIC TV`ৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।আল্লাহে সকলোৰে জীৱনত সুখ,শান্তি,...
27/05/2026

🌙✨ পৱিত্ৰ ঈদ-উল-আযহাৰ শুভক্ষণত HR ISLAMIC TV`ৰ তৰফৰ পৰা সকলোলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
আল্লাহে সকলোৰে জীৱনত সুখ,শান্তি,সুস্বাস্থ্য আৰু অফুৰন্ত বৰকত দান কৰক। 🤲🕌
ত্যাগৰ এই মহান শিক্ষাই আমাৰ হৃদয়ক অধিক মানবীয় কৰি তোলক।
ঈদ মোবারক!

ৰাইজৰ সাহাৰ্য্যপ্ৰাপ্ত দাৰুল হাদিছ আনৱাৰুল উলুম  #শিৱপুৰ  #মাদ্ৰাছাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা  #অতি  #দুখৰ সৈতে জনোৱা যায় যে...
25/05/2026

ৰাইজৰ সাহাৰ্য্যপ্ৰাপ্ত দাৰুল হাদিছ আনৱাৰুল উলুম #শিৱপুৰ #মাদ্ৰাছাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা #অতি #দুখৰ সৈতে জনোৱা যায় যে, প্ৰতি বছৰৰ দৰে এই বছৰো কোৰবানীৰ চামড়া সংগ্ৰহ কৰাৰ বাবে মাদ্ৰাছা পৰিচালনা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু কিছুমান আইনগত ব্যৱস্থা আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৰবানী সম্পূৰ্ণ চাফ-চিকুণ আৰু সুৰক্ষিতভাৱে সম্পন্ন কৰাৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি, এই বছৰ মাদ্ৰাছাৰ তৰফৰ পৰা কোৰবানীৰ চামড়া সংগ্ৰহ কৰা নহ’ব।
সেয়েহে সকলো শুভাকাঙ্ক্ষী আৰু ৰাইজক অনুৰোধ জনোৱা যায় যে, নিজৰ কোৰবানীৰ জন্তুৰ চামড়া নিজাববীয়াকৈ গাত খান্দি পুতিবলৈ ব্যৱস্থা কৰিব।

ইতি
আলহাজ ছুলতান আহমদ
সাধাৰন সম্পাদক
দাৰুল হাদিছ আনৱাৰুল উলুম শিৱপুৰ মাদ্ৰাছা
২৪/৫/২৬

01/05/2026

📍 student of Darul hadis anwarul ulom shibpur madressa

22/03/2026

Hafiz mashud alom
Quran tilawat

21/03/2026

Bhimar ali Eidgah moidan
Eid Mubarak 🤲

20/03/2026

মধুৰ কন্ঠে কোৰআন তিলাৱত

Address

Hojai

Alerts

Be the first to know and let us send you an email when HR islamic tv posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to HR islamic tv:

Shortcuts

Share