Mokbul Ahmed Markaz Academy , Choudhary Bazar

Mokbul Ahmed Markaz Academy , Choudhary Bazar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mokbul Ahmed Markaz Academy , Choudhary Bazar, Education, Hojai.

শিক্ষকতা হৈছে এনেকুৱা এটা আমল, যি মৃত্যুৰ পিছতো চলি থাকে। আপুনি শিকোৱা এটা ভাল কথা যদি ছাত্ৰ ছাত্ৰীয়ে জীৱনত প্ৰয়োগ কৰে...
16/06/2026

শিক্ষকতা হৈছে এনেকুৱা এটা আমল, যি মৃত্যুৰ পিছতো চলি থাকে। আপুনি শিকোৱা এটা ভাল কথা যদি ছাত্ৰ ছাত্ৰীয়ে জীৱনত প্ৰয়োগ কৰে, তাৰ ছোৱাব আপুনি কবৰতো পাই থাকিব।..

14/06/2026

Today World Environment Day.
05/06/2026

Today World Environment Day.

নতুন শিক্ষা বৰ্ষ, নতুন আৰম্ভণি সৰু সৰু ল’ৰা-ছোৱালীৰ চকুলো চম্ভালি লোৱাটো সঁচাকৈয়ে এক কলা।আমাৰ নতুন সৰু সৰু শিক্ষাৰ্থীসক...
02/05/2026

নতুন শিক্ষা বৰ্ষ, নতুন আৰম্ভণি
সৰু সৰু ল’ৰা-ছোৱালীৰ চকুলো চম্ভালি লোৱাটো সঁচাকৈয়ে এক কলা।
আমাৰ নতুন সৰু সৰু শিক্ষাৰ্থীসকলৰ জীৱনৰ প্ৰথমখন স্কুল Mokbul Ahmed Markaz Academy , Choudhary Bazar । স্কুলীয়া শিক্ষাৰ প্ৰথম খোজ দিয়াত আমি তেওঁলোকক মৰম, যত্নৰে আদৰণি জনাইছো। তেওঁলোকৰ প্ৰথম স্কুল যাত্ৰাক উষ্ণ, সুখী আৰু আৰামদায়ক কৰি তোলোঁ। 💞

25/04/2026

Nazimuddin Ahmed Nazimuddin
Masum Ahmed

12/04/2026

মকবুল আহমেদ মৰ্কজ একাডেমীৰ এক ঐতিহাসিক সাফল্য।
চৌধুৰী বজাৰস্থিত আমাৰ প্ৰিয়,অগ্ৰণী শিক্ষানুষ্ঠান মকবুল আহমেদ মৰকাজ একাডেমীয়ে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC) ১০০ শতাংশ উত্তীৰ্ণৰে এক চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।

বিশেষ উল্লেখনীয় কথাটো হ’ল, এইটোৱেই আছিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো বেচ (First Batch)।

​ফলাফলৰ এক আলোকপাত:
​বিদ্যালয়খনৰ পৰা এইবাৰ মুঠ ৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল আৰু সকলোৱেই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে:

​প্ৰথম বিভাগ: ৩ জন
​দ্বিতীয় বিভাগ: ৬ জন
​মুঠ লেটাৰ: ৬টা
তৃতীয় বিভাগ:0 ❌
​উত্তীৰ্ণৰ হাৰ: ১০০%

​প্ৰথমটো প্ৰচেষ্টাতেই এনে এক ঈৰ্ষণীয় ফলাফলে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ই কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলেই নহয়, বৰঞ্চ বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সঠিক নিৰ্দেশনা আৰু অভিভাৱকসকলৰ সহযোগিতাৰ এক সুন্দৰ প্ৰতিফলন।

​২০১৮ চনত স্থাপিত এই ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানখনে অতি কম সময়ৰ ভিতৰতে শৈক্ষিক দিশত যি উৎকৰ্ষতা প্ৰদৰ্শন কৰিছে, সি অঞ্চলটোৰ শৈক্ষিক পৰিৱেশলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে।

​বিদ্যালয়ৰ এই উত্তৰোত্তৰ কামনা কৰি সকলো ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা জনালোঁ।

Assalamu alaikum!

Address

Hojai
782439

Telephone

+918638595833

Website

Alerts

Be the first to know and let us send you an email when Mokbul Ahmed Markaz Academy , Choudhary Bazar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Mokbul Ahmed Markaz Academy , Choudhary Bazar:

Shortcuts

Share

Category