Srimanta Sankardev Jr. College

Srimanta Sankardev Jr. College Srimanta Sankardev Jr College is a Private College which is situated at Sankardev Nagar,Hojai,Assam

05/09/2021

गुरू ब्रह्मा गुरू विष्णु, गुरु देवो महेश्वरा गुरु साक्षात परब्रह्म, तस्मै श्री गुरुवे नमः🙇‍♂️🙏.
Akhil Bhartiya Vidyarthi Parishad Srimanta Sankardev Junior College Unit wishing a very happy teacher's day to all of our God gifted teacher🥰! Their wisdom, dedication and kindness will always lead us to the right path and inspire us to be better human beings😇.

ABVP SSJC UNIT 🚩

09/08/2021

আখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শ্ৰীমন্ত শংকৰদেৱ কণিষ্ঠ মহাবিদ্যালয় শাখাৰ(ABVP SSJC UNION) তৰফৰ পৰা হোজাই 91 LAC MLA তথা আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পূৰ্ব কাৰ্যকৰতা মাননীয় Ramkrishna Ghosh ডাঙৰীয়াক অশেষ অশেষ ধন্যবাদ জনালোঁ🙏🙏🙏🙏🙏।

আশা কৰোঁ আগন্ত দিনত আপোনাৰ সান্নিধ্যত আমাৰ শ্ৰীমন্ত শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয় খন পূৰ্ণাঙ্গ ৰূপে চৰকাৰী হবলৈ দেখা পাওঁ🤗😇।
Himanta Biswa Sarma
🚩
ABVP Sankardev Nagar Unit 🚩
🚩
🚩

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শ্ৰীমন্ত শংকৰদেৱ কণিষ্ঠ মহাবিদ্যালয় শাখাৰ ফালৰ পৰা তথা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শংকৰদেৱ...
17/07/2021

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শ্ৰীমন্ত শংকৰদেৱ কণিষ্ঠ মহাবিদ্যালয় শাখাৰ ফালৰ পৰা তথা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শংকৰদেৱ নগৰ শাখাৰ ফালৰ পৰা লংকাৰ নতুনকৈ অহা OC ছাৰক সম্বোধনা দিয়াৰ মূহুৰ্ত ।

ভাৰতৰ কিংবদন্তী দৌৰবিদ মিলখা সিং  ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ।তেখেতৰ  আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰ...
19/06/2021

ভাৰতৰ কিংবদন্তী দৌৰবিদ মিলখা সিং ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ।তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
Captain Milkha Singh, also known as The Flying Sikh, was an Indian track and field sprinter who was introduced to the sport while serving in the Indian Army. He is the only athlete to win gold in 400 metres race at the Asian Games as well the Commonwealth Games.

OM SHANTI 🕉

ABVP HOJAI ZILA
ABVP Assam

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শ্ৰীমন্ত শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয় শাখাৰ প্ৰথমটো অনলাইন মেইটিং সফলতাৰে হৈছে। এই মেইটিংত আম...
03/06/2021

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শ্ৰীমন্ত শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয় শাখাৰ প্ৰথমটো অনলাইন মেইটিং সফলতাৰে হৈছে। এই মেইটিংত আমন্ত্ৰিত অতিথি ABVP Sankardev Nagar Unit ৰ সাধাৰণ সম্পাদক Rajdeep ভূমিক ডাঙৰীয়া, উপ-সভাপতি Lithon Das ডাঙৰীয়া আৰু Unit ৰ সদস্যা পূজা দাস উপস্থিত থাকে।এই মেইটিং ত বহুত ও কথা আলাপ আলোচনা কৰা হৈছে। তাৰে ভিতৰত কিছুমান কথা দাঙি ধৰিবলৈ যত্ন কৰিছোঁ_1. ছাত্ৰ ছাত্রীৰ সমস্যা আৰু সমস্যা সমাধানক লৈ বিতং ভাৱে আলোচনা কৰা হয়। বিশেষঃকৈ আমাৰ আগন্তুক পৰীক্ষা লৈ আলোচনা আৰু পৰীক্ষা টু কি ভাৱে সফলতাৰে দিব পাৰো তাকে লৈ আলোচনা। 2. 5th of June 2021(World Environment Day) ৰ বাবে গছ-পুলি ৰূপায়ণৰ একটা সুন্দৰ কায্যসূচী হাতত লোৱা হৈছে। আদি। ধন্যবাদ থাকিল সকললৈ🙏। ABVP জিন্দাবাদ🚩

Address

Hojai
782442

Website

Alerts

Be the first to know and let us send you an email when Srimanta Sankardev Jr. College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category