Barsoli Anchalik Jatiya Vidyalaya A Sr. Secondary School for Science & Arts

  • Home
  • India
  • Hajo
  • Barsoli Anchalik Jatiya Vidyalaya A Sr. Secondary School for Science & Arts

Barsoli Anchalik Jatiya Vidyalaya A Sr. Secondary School for Science & Arts It was established in 2009 @ Milpara
Science & Arts stream are available
Enrollment approx.-1000

18/11/2025

23/09/2025

অশ্ৰুসিক্ত নয়নেৰে আমাৰ হিয়াৰ আমঠু শ্ৰদ্ধাৰ #জুবিন_গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
বৰছলি আঞ্চলিক জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা

যাৰ গীতত জিপাল হৈ উঠে শুষ্ক হৃদয়যাৰ গীতত পোৱা যায়  জীৱনৰ প্ৰকৃত অৰ্থ যাৰ গীতে কয়  ৰাজনীতিবিদৰ স্বাৰ্থতেখেতলৈ একাঁজলিশ...
19/09/2025

যাৰ গীতত জিপাল হৈ উঠে শুষ্ক হৃদয়
যাৰ গীতত পোৱা যায় জীৱনৰ প্ৰকৃত অৰ্থ
যাৰ গীতে কয় ৰাজনীতিবিদৰ স্বাৰ্থ
তেখেতলৈ একাঁজলি
শ্ৰদ্ধাঞ্জলি অশ্ৰুসিক্ত।।

আজি বিদ্যালয় প্ৰাঙ্গনত ভাৰত ৰত্ন  ড০ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী পালন কৰা হয়।
08/09/2025

আজি বিদ্যালয় প্ৰাঙ্গনত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী পালন কৰা হয়।

Happy Teacher's day to our all teachers
05/09/2025

Happy Teacher's day to our all teachers

28/08/2025
23/08/2025

আজি বিদ্যালয়ৰ তৃতীয় বাৰ্ষিক নৱাগত আদৰণি সভাত শিক্ষক শিক্ষয়িত্ৰী বৃন্দ‌ই এটি সমাবেত সংগীত পৰিবেশন কৰি নৱাগত সকলক শিক্ষানুষ্ঠান খনলৈ স্বাগতম জনাই।

Happy Independence Day
15/08/2025

Happy Independence Day

30/04/2025

Results of HS Final Examination 2025
Total Appeared - 96
Star - 02
First div.- 33
2nd div. - 62
3rd div.- 01

বৰছলি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান "বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত,(মিল পাৰা) একাদশ শ...
04/04/2025

বৰছলি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান "বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত,(মিল পাৰা) একাদশ শ্ৰেণীৰ বিজ্ঞান আৰু কলা শাখাৰ ইং ২০২৫-২৬ শিক্ষা বৰ্ষৰ বাবে নতুন নামভৰ্তি চলি আছে।
Hurry Up!
Limited Seat
Science stream - 40+40+40
Arts stream - 50+50+50

Address

Milpara
Hajo

Telephone

+919859479629

Website

Alerts

Be the first to know and let us send you an email when Barsoli Anchalik Jatiya Vidyalaya A Sr. Secondary School for Science & Arts posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Barsoli Anchalik Jatiya Vidyalaya A Sr. Secondary School for Science & Arts:

Shortcuts

Share

Category