Foundation Academy Senior Secondary School

Foundation Academy Senior Secondary School Search for Quality Education with the experienced Faculties.

আমাৰ বিদ্যালয়ৰ পৰা ২০২২ চনৰ উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ ছাত্ৰ সকলৰ ভিতৰত এজন ছাত্ৰ হাচেন আলী য়ে IIT-JAM 2026 পৰীক্ষাত উচ...
26/03/2026

আমাৰ বিদ্যালয়ৰ পৰা ২০২২ চনৰ উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ ছাত্ৰ সকলৰ ভিতৰত এজন ছাত্ৰ হাচেন আলী য়ে IIT-JAM 2026 পৰীক্ষাত উচ্চ শিক্ষাৰ বাবে সফলতাৰে উত্তীৰ্ণ হৈছে ।। তেওঁৰ উজ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছো।।

https://surendascollege.co.in/posts/chemistry-student-shines-in-iit-jam-2026

09/02/2026

২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষার্থীলৈ ফাউণ্ডেশ্যন একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ ।।

Freshman social 2025; 11/09/2025
13/09/2025

Freshman social 2025; 11/09/2025

School prospectus for the admission of class 11 for the session 2025_2026
16/04/2025

School prospectus for the admission of class 11 for the session 2025_2026

আজি ঘোষিত হোৱা ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ ফাউণ্ডেশ্যন একাডে...
11/04/2025

আজি ঘোষিত হোৱা ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ ফাউণ্ডেশ্যন একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেখেত সকলৰ শ্ৰদ্ধাৰ অভিভাৱক-শিক্ষাগুৰু সকলক শ্ৰদ্ধাসহিত শুভেচ্ছা যাচিলোঁ। 

আজি আমাৰ বিদ্যালয়ৰ ওচৰৰ অঞ্চলৰ পৰা কিছু ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক আমাৰ অধ্যক্ষ মহোদয়ৰ সহিতে শিক্ষাগুৰু সকলে অভিনন্দন জ্ঞাপন কৰে ।।

13/02/2025

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। অধ্যয়ন তথা পৰিশ্ৰমে সাফল্য কঢ়িয়াই অনাৰ আশাৰে দুয়োটা পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
MyGov Assam

13/02/2025

Dear Class 12 AHSEC Final Examination 2025 appearing students,

May your Hard work and Dedication Shine together through your Final Examination. Go in with Confidence, a Clear Mind and Remember that You are Fully Prepared to Succeed.

BEST OF LUCK...

Principal
Foundation Academy Senior Secondary School

31/12/2024

ফাউণ্ডেচন একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ তৰফৰ পৰা সকলো শুভাকাংক্ষীলৈ নৱবৰ্ষ ২০২৫ ৰ শুভেচ্ছা জনালোঁ..

Teacher's day celebration at our institute on 05/09/2024..
05/09/2024

Teacher's day celebration at our institute on 05/09/2024..

ফাউণ্ডেচন একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হাজোৰ তৰফৰ পৰা সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ ।।
15/08/2024

ফাউণ্ডেচন একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হাজোৰ তৰফৰ পৰা সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ ।।

Address

Near Suren Das College, Bishnupur
Hajo
781102

Telephone

+916900484119

Website

Alerts

Be the first to know and let us send you an email when Foundation Academy Senior Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category