অসমীয়া বিভাগ Assamese Dept. Suren Das College

  • Home
  • India
  • Hajo
  • অসমীয়া বিভাগ Assamese Dept. Suren Das College

অসমীয়া বিভাগ Assamese Dept. Suren Das College অসমীয়া বিভাগ, সুৰেন দাস মহাবিদ্যালয়

অসমীয়া বিভাগৰ তৰফৰপৰা অভিনন্দন
23/03/2026

অসমীয়া বিভাগৰ তৰফৰপৰা অভিনন্দন

'বাৰ্ষিক কলা-ক্ৰীড়া মহোৎসৱ, ২০২৬'ত মহাবিদ্যালয় তথা বিভাগৰ তৰফৰপৰা ছাত্ৰী জেচমিন চৌধুৰীক সম্বৰ্দ্ধনা জনোৱা মুহূৰ্তত
09/02/2026

'বাৰ্ষিক কলা-ক্ৰীড়া মহোৎসৱ, ২০২৬'ত মহাবিদ্যালয় তথা বিভাগৰ তৰফৰপৰা ছাত্ৰী জেচমিন চৌধুৰীক সম্বৰ্দ্ধনা জনোৱা মুহূৰ্তত

বাৰ্ষিক কলা-ক্ৰীড়া মহোৎসৱ, ২০২৬
09/02/2026

বাৰ্ষিক কলা-ক্ৰীড়া মহোৎসৱ, ২০২৬

সুৰেন দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা স্নাতক শ্ৰেণীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে চতুৰ্থ স্থান লাভ উত্তীৰ্ণ হোৱা...
31/01/2026

সুৰেন দাস মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা স্নাতক শ্ৰেণীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে চতুৰ্থ স্থান লাভ উত্তীৰ্ণ হোৱা জেচমিন চৌধুৰীয়ে সদ্য ঘোষিত স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি কালিৰাম মেধি স্মাৰক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । Jesmin Choudhury লৈ বিভাগৰ তৰফৰপৰা অভিনন্দন জনালোঁ আৰু তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ ।

সুৰেন দাস মহাবিদ্যালয় (স্বায়ত্তশাসিত), হাজোৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু সম্প্ৰসাৰণ শিক্ষা কোষৰ অধীনত হাজো ১ নং ধোপৰগুৰ...
30/10/2025

সুৰেন দাস মহাবিদ্যালয় (স্বায়ত্তশাসিত), হাজোৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু সম্প্ৰসাৰণ শিক্ষা কোষৰ অধীনত হাজো ১ নং ধোপৰগুৰি প্ৰাথমিক বিদ্যালয়ত এক পাঠদান কাৰ্যসূচী অনুষ্ঠিত হয় । উক্ত কাৰ্যসূচীত অসমীয়া বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীদ্বয় ক্ৰমে ৰঞ্জিনা পাৰবিন আৰু তফিকুল ইছলামে বিদ্যালয়ৰ চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া বিষয়ত পাঠদান কৰে ।

অসমীয়া বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰু উদ্বোধনী অনুষ্ঠান২৪-০৯-২০২৫
26/09/2025

অসমীয়া বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰু উদ্বোধনী অনুষ্ঠান
২৪-০৯-২০২৫

ছাত্ৰ-ছাত্ৰীৰ জ্ঞাতাৰ্থে
13/09/2025

ছাত্ৰ-ছাত্ৰীৰ জ্ঞাতাৰ্থে

সুৰেন দাস মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ অসমীয়া বিভাগত এই বৰ্ষৰপৰা (২০২৫-২০২৬) স্নাতকোত্তৰ পাঠ্যক্ৰম খোলা হৈছে । গতিকে ...
13/09/2025

সুৰেন দাস মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ অসমীয়া বিভাগত এই বৰ্ষৰপৰা (২০২৫-২০২৬) স্নাতকোত্তৰ পাঠ্যক্ৰম খোলা হৈছে । গতিকে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক অনতিপলমে মহাবিদ্যালয়ৰ ৱেবছাইটৰ লিংকত গৈ আবেদন কৰিবলৈ আহ্বান জনোৱা হ'ল ।

বিশিষ্ট শিক্ষাবিদ, লোক সংস্কৃতিবিদ, ভাষাবিদ তথা শ্ৰদ্ধাৰ শিক্ষাগুৰু ড° উপেন ৰাভা হাকাছাম ছাৰৰ আজি সুৰেন দাস মহাবিদ্যালয়...
13/09/2025

বিশিষ্ট শিক্ষাবিদ, লোক সংস্কৃতিবিদ, ভাষাবিদ তথা শ্ৰদ্ধাৰ শিক্ষাগুৰু ড° উপেন ৰাভা হাকাছাম ছাৰৰ আজি সুৰেন দাস মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ অসমীয়া বিভাগ পৰিদৰ্শন

সংগীত, নৃত্য আৰু বক্তৃতাৰে ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন
08/09/2025

সংগীত, নৃত্য আৰু বক্তৃতাৰে ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন

শিক্ষক দিৱস উদযাপন
08/09/2025

শিক্ষক দিৱস উদযাপন

Address

37 No. National Highway
Hajo
781102

Website

Alerts

Be the first to know and let us send you an email when অসমীয়া বিভাগ Assamese Dept. Suren Das College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category