Shishu Shiksha Samiti Assam

Shishu Shiksha Samiti Assam ✅ Official page

26/09/2026

🎙️জুবিন গাৰ্গ কেৱল অসমৰ নহয়, ভাৰতৰ , বিশ্বৰ আদৰ্শ আছিল... 🎖️জেনেৰেল উপেন্দ্ৰ দ্বিবেদী
তেওঁ যুৱ প্ৰজন্মক যি ক্ষেত্ৰতেই কাম নকৰক কিয়, নিজৰ প্ৰতিভা আৰু সামৰ্থ্যৰ জৰিয়তে ভাৰতক অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
#নমামিভাৰতম্ Vidya Bharati Akhil Bhartiya Shiksha Sansthan Vidya Bharati Purvottar Kshetra Vidya Bharati Uchcha Shiksha Sansthan Dr Pawan Tiwari Vidya Bharati, South Assam

26/09/2026
26/09/2026
 #নমামিভাৰতম্    #বন্দেমাতৰম্
25/09/2026

#নমামিভাৰতম্ #বন্দেমাতৰম্

25/09/2026

राष्ट्र की जय चेतना का गान वंदे मातरम: डॉ. पवन तिवारी

वन्दे मातरम्
#नमामिभारतम
Press Information Bureau - PIB, Government of India

25/09/2026

“আজি মই আপোনালোকৰ সন্মুখত প্ৰাক্তন সেনাপ্ৰধান হিচাপে নহয়, বৰঞ্চ এগৰাকী সৰস্বতী শিশু মন্দিৰৰ প্ৰাক্তন ছাত্ৰ হিচাপেহে থিয় দিছোঁ। বিদ্যা ভাৰতীৰ প্ৰাক্তন ছাত্ৰ হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ।

‘নমামি ভাৰতম্’ৰ এই গৌৰৱময় ক্ষণত জেনেৰেল উপেন্দ্ৰ দ্বিবেদী জীয়ে তেওঁৰ ছাত্ৰ জীৱনৰ কথা স্মৰণ কৰি বিদ্যা ভাৰতীৰ সংস্কাৰ আৰু শিক্ষাৰ প্ৰতি থকা তেওঁৰ আত্মীয়তা আৰু আন্তৰিকতা প্ৰকাশ কৰে। তেওঁৰ এই কথাই বিদ্যা ভাৰতী পৰিয়ালৰ বাবে গৌৰৱ আৰু প্ৰেৰণাৰ এক বিশেষ মুহূৰ্তৰ সৃষ্টি কৰে।

ৰাষ্ট্ৰগীত ‘বন্দে মাতৰম্’ৰ ১৫০ বৰ্ষ পূৰ্তিতি আয়োজিত ‘নমামি ভাৰতম্’ অনুষ্ঠানত তেওঁৰ এই আবেগিক বক্তব্যই দেশপ্ৰেম, সংস্কাৰ আৰু মাতৃভূমিৰ প্ৰতি সমৰ্পণৰ ভাবনাক অধিক গভীৰ কৰি তোলে।

#বন্দেমাতৰম্!
#নমামিভাৰতম্!
Vidya Bharati Akhil Bhartiya Shiksha Sansthan .pawan_tiwari

Address

13A, Vidya Bharati Bhawan, Prashant Path, RGB Road
Guwahati
781024

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+913613586110

Alerts

Be the first to know and let us send you an email when Shishu Shiksha Samiti Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Shishu Shiksha Samiti Assam:

Shortcuts

Share