PoraXuna

PoraXuna Hey Students! Jodi tumalukor activity khini bhal lage tenahole like�comment �aro share� kori diba.

অন্ধকাৰ নিশাক কেতিয়াও ভয় নকৰিবা,কাৰণ প্ৰতিটো ৰাতিৰ পিছত পোহৰ আহিবই।জীৱনে যিমানেই পৰীক্ষা নলওক তোমাক,বিশ্বাস ৰাখিবা—সুদ...
28/09/2026

অন্ধকাৰ নিশাক কেতিয়াও ভয় নকৰিবা,
কাৰণ প্ৰতিটো ৰাতিৰ পিছত পোহৰ আহিবই।
জীৱনে যিমানেই পৰীক্ষা নলওক তোমাক,
বিশ্বাস ৰাখিবা—সুদিন এদিন আহিবই। 🌅। ❤️ শুভ ৰাত্ৰি ❤️

28/09/2026

শিশুৰ বাবে মনোযোগ বৃদ্ধিৰ এটি আকৰ্ষণীয় মজাৰ কাৰ্য্যকলাপ।

যি নাই তাৰ বাবে চকুলো নহয়, যি পাইছা তাৰ বাবে কৃতজ্ঞতা আৰু যি কৰিব পাৰা তাৰ বাবে সাহস—এইয়াই আগবাঢ়ি যোৱাৰ মন্ত্ৰ। পোৱাস...
28/09/2026

যি নাই তাৰ বাবে চকুলো নহয়, যি পাইছা তাৰ বাবে কৃতজ্ঞতা আৰু যি কৰিব পাৰা তাৰ বাবে সাহস—এইয়াই আগবাঢ়ি যোৱাৰ মন্ত্ৰ। পোৱাসপোন দেখিবলৈ সাহস কৰা, চেষ্টা কৰিবলৈ ধৈৰ্য্য ধৰা, আৰু সফলতা আহিবলৈ সময় দিয়া। ❤️ শুভ দুপৰীয়া ❤️

যিমানেই ভাঙিব বিচাৰে জীৱনৰ ধুমুহাই,সিমানেই শক্ত হৈ উঠিম মই নতুনকৈ।হাৰি যোৱাৰ কথা মনলৈ নানিম কেতিয়াও,সাহস আৰু ধৈৰ্যক সংগ...
28/09/2026

যিমানেই ভাঙিব বিচাৰে জীৱনৰ ধুমুহাই,
সিমানেই শক্ত হৈ উঠিম মই নতুনকৈ।
হাৰি যোৱাৰ কথা মনলৈ নানিম কেতিয়াও,
সাহস আৰু ধৈৰ্যক সংগী কৰি জিকিম এদিন নিশ্চয়। 💪❤️ সু-প্ৰভাত 💐

Good night dear friend's ❤️
27/09/2026

Good night dear friend's ❤️

27/09/2026

শিশুৰ বাবে মনোযোগ বৃদ্ধিৰ এটি আকৰ্ষণীয় মজাৰ কাৰ্য্যকলাপ।

মোৰ সকলো মৰমৰ বন্ধু-বান্ধৱীলৈ জনালোঁ হিয়া ভৰা শুভ সন্ধিয়াৰ আন্তৰিক শুভেচ্ছা। 💐আজিৰ এই সুন্দৰ সন্ধিয়াই আপোনালোকৰ জীৱনল...
27/09/2026

মোৰ সকলো মৰমৰ বন্ধু-বান্ধৱীলৈ জনালোঁ হিয়া ভৰা শুভ সন্ধিয়াৰ আন্তৰিক শুভেচ্ছা। 💐
আজিৰ এই সুন্দৰ সন্ধিয়াই আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, আনন্দ আৰু অফুৰন্ত হাঁহি। ❤️
সদায় সুস্থ, সুখী আৰু হাঁহি-স্ফূৰ্তিৰে থাকক—
আপোনালোকৰ প্ৰতিটো দিনেই হওক সুন্দৰ আৰু মংগলময়। 🙏
🌺 শুভ সন্ধিয়া, সকলোলৈ মৰম আৰু শুভকামনা। 🌺🌸শুভ সন্ধিয়া 🌸

মোৰ প্ৰিয় ফেচবুকৰ বন্ধু-বান্ধৱীসকললৈ শুভ দুপৰীয়াৰ আন্তৰিক শুভেচ্ছা 🌞দুপৰীয়াৰ এই মিঠা সময়খিনিয়ে আপোনালোকৰ জীৱনলৈ কঢ়...
27/09/2026

মোৰ প্ৰিয় ফেচবুকৰ বন্ধু-বান্ধৱীসকললৈ শুভ দুপৰীয়াৰ আন্তৰিক শুভেচ্ছা 🌞
দুপৰীয়াৰ এই মিঠা সময়খিনিয়ে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক সুখৰ বতৰা, মনলৈ আনক শান্তি আৰু হৃদয়লৈ আনক নতুন আশাৰ পোহৰ। 💐 শুভ দুপৰীয়া 💐

“সময়, মৰম আৰু সন্মান কেতিয়াও খুজি ল’ব নালাগে। নিজৰ কৰ্ম, সততা আৰু পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখক। সময়ৰ লগে লগে আপোনাৰ মূল...
27/09/2026

“সময়, মৰম আৰু সন্মান কেতিয়াও খুজি ল’ব নালাগে। নিজৰ কৰ্ম, সততা আৰু পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখক। সময়ৰ লগে লগে আপোনাৰ মূল্য বুজি পোৱা মানুহ আৰু সুযোগ নিজেই আপোনাৰ ওচৰলৈ আহিব। ❤️আজিৰ দিনটো সকলোৰে বাবে শুভ আৰু মংগলময় হওক। সকলো বন্ধু বান্ধৱী লৈ শুভ ৰাতিপুৱাৰ আন্তৰিক শুভেচ্ছা থাকিল 🙏❤️। 💐শুভ ৰাতিপুৱা 💐

মোৰ সকলো মৰমৰ বন্ধু-বান্ধৱীলৈ আন্তৰিক শুভ ৰাত্ৰিৰ শুভেচ্ছা জনালোঁ।দিনটোৰ সকলো ভাগৰ, দুখ-কষ্ট পাহৰি শান্তিৰে টোপনি যাওক। ...
26/09/2026

মোৰ সকলো মৰমৰ বন্ধু-বান্ধৱীলৈ আন্তৰিক শুভ ৰাত্ৰিৰ শুভেচ্ছা জনালোঁ।
দিনটোৰ সকলো ভাগৰ, দুখ-কষ্ট পাহৰি শান্তিৰে টোপনি যাওক। আপোনালোকৰ জীৱন সুখ, শান্তি আৰু সফলতাৰে ভৰি পৰক। নতুন পুৱাটোৱে সকলোৰে জীৱনলৈ নতুন আশা, নতুন সপোন আৰু নতুন আনন্দ কঢ়িয়াই আনক।
সদায় হাঁহি থাকক, সুস্থ থাকক, সুখী থাকক।
সকলোলৈ মৰম আৰু আন্তৰিক ❤️শুভ ৰাত্ৰি। ❤️

Address

Nekera Habi
Guwahati

Website

Alerts

Be the first to know and let us send you an email when PoraXuna posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share